• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি নতুনকৈ ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2023
in চাকৰি, অসম, ৰাজনীতি
1 min read
0
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ
Share on FacebookShare on Twitter

অসম চৰকাৰে শেহতীয়াকৈ ৩৯,৬৭৪ গৰাকী প্ৰাৰ্থীৰ বিভিন্ন বিভাগত নিযুক্তি দিছে। বৰ্তমান নতুনকৈ ৮২৮ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই নিযুক্তি পত্ৰ কৰিব।

উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰদানৰ পিছতেই ১ লাখৰ ভিতৰত ৪০,৫০২ গৰাকীলৈ নিযুক্তি দিয়া হ’ব। আজি দিনৰ ১২ বজাৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হ’ব। অসম চৰকাৰৰ বিভিন্ন বিভাগ যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুঠ ৫৭৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰে চিকিৎসা আৰু স্বাস্থ্য বিষয়া ৫৪১ জন আৰু খাদ্য সুৰক্ষা বিষয়া ৩৪ জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰোপৰি চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত চিকিৎসক (পঞ্জীয়ক/ডেমনষ্ট্ৰেটৰ) পদত মুঠ ২৩৬ জনক নিযুক্ত প্ৰেৰণৰ লগতে ভূমি সংৰক্ষণ বিভাগত সহকাৰী ভূমি সংৰক্ষণ বিষয়া পদত মুঠ ১৩ গৰাকীক নিযুক্তি পত্ৰ আগবঢ়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, চৰকাৰৰ জলসম্পদ বিভাগত তৃতীয় বৰ্গৰ শাখা সহায়ক পদত মুঠ ৪ জনক আজি নিযুক্তি পত্ৰ দিয়া হ’ব।

Previous Post

চাইকেল, বাইক আৰু কাৰ ৰেলীৰে কামৰূপ মহানগৰ জিলাত পথ-সুৰক্ষা সপ্তাহৰ সফল সামৰণি

Next Post

কাব্যঋষি নীলমণি ফুকন আৰু নাই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কাব্যঋষি নীলমণি ফুকন আৰু নাই

কাব্যঋষি নীলমণি ফুকন আৰু নাই

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

২০ জানুৱাৰীৰ পৰা গুৱাহাটীত মমেন্টাম নৰ্থ ইষ্ট, ২০২৩ৰ শুভাৰম্ভ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8