• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগৰ ৮৫ জনক এদিনতে দিলে পদোন্নতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in চাকৰি, অসম, ৰাজনীতি
1 min read
0
ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগৰ ৮৫ জনক এদিনতে দিলে পদোন্নতি!
Share on FacebookShare on Twitter

ঔদ্যোগিক মন্ত্ৰী বিমল বৰাই বিভাগটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সক্ৰিয় হৈ উঠিছে। শনিবাৰে দিনত মন্ত্ৰীগৰাকী বামুণীমৈদামস্থিত ঔদ্যোগিক, বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় উপস্থিত হৈ কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

মন্ত্ৰী বৰাই বিভাগটোৰ দীৰ্ঘদিন ধৰি পদোন্নতিৰ পৰা বঞ্চিত ৮৫গৰাকী বিষয়াক পদোন্নতি দিয়াৰ ব্যৱস্থা কৰে। উল্লেখ্য যে, বিগত প্রায় ২৫ বছৰে বিভাগটোত হোৱা নাছিল বিষয়া-কৰ্মচাৰীৰ পদোন্নতি। মন্ত্ৰী গৰাকীয়ে মুঠ ৮৫ গৰাকী সম্প্ৰসাৰণ ‍বিষয়াসহ, প্ৰবন্ধকক অধ্যক্ষ পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে, বিভাগটোত এতিয়াও খালী হৈ আছে বহু পদ। বিভাগটোৰ মুঠ ১২০০ পদৰ ভিতৰত কেৱল ৫০০গৰাকী কৰ্মচাৰীয়েহে দায়িত্বত আছে। সেই অনুসৰি বিভাগৰ মুঠ ৭০০ পদ খালী হৈ আছে। এই পদসমূহত শীঘ্রে নিযুক্তিৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী বৰাই।

Previous Post

হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ অসম এথলেটিকছ সন্থাৰ সাহায্য

Next Post

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা!

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা ঘোষণা!

গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8