• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in চাকৰি, অসম, ৰাজনীতি, সংবাদ
1 min read
0
নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন
Share on FacebookShare on Twitter

ৰাজ্যৰ ২৬ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশৰ পাছতে এইসমূহ পদত আবেদন কৰিছে প্ৰায় ১২ লাখ লোকে। ৰাজ্যৰ নিবনুৱা পৰিস্থিতিৰ ভয়াৱহতা উদঙাই দিয়া এই তথ্যক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। চৰকাৰে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্যাপক চৰ্চা চলাইছিল যদিও এই লক্ষ্যত এতিয়াও উপনীত হ’ব পৰা নাই। কিন্তু এক লাখ চাকৰিৰ লক্ষ্যত উপনীত হ’লেও যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ দিশত ই এটা ক্ষুদ্ৰ খোজহে হ’ব তাক শেহতীয়া এই পৰিসংখ্যাই প্ৰমাণিত কৰিছে।

উল্লেখ্য যে, অসম চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত নিযুক্তি প্ৰদানৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। আৰু এই ২৬ হাজাৰ পদৰ বিপৰীতে বিভিন্ন বিভাগে লাভ কৰা আবেদনৰ সংখ্যা হৈছে, ১১,৯২,৫০৯। চৰকাৰী সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে। তৃতীয় বৰ্গৰ বাবে মুঠ ৬,৭১,৮০৫ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। আনহাতে চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫জনে। আনহাতে তৃতীয় বৰ্গৰ অন্তৰ্গত গাড়ীচালক পদৰ বাবে আবেদন কৰিছে আন ৭৭,০৪৯জন চাকৰি প্ৰত্যাশীয়ে।

উল্লেখ্য যে, এমপ্লইমেণ্ট এণ্ড ডাইৰেক্টৰেট অব এমপ্লইমেণ্ট এণ্ড ক্ৰাফছমেন ট্ৰেইনিঙৰ তথ্য অনুসৰি ৰাজ্যত এতিয়া ২২ লাখৰো অধিক নিবনুৱা আছে। এইসকলৰ মাজৰ পৰা ১১ লাখে অনলাইন পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। বাকীখিনিয়ে বিভিন্ন কাৰণত চাকৰিত আবেদন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

Previous Post

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম!

Next Post

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8