• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিক্ষকতালৈ পিঠি শিক্ষকৰঃ শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত আছে কাৰ কাৰ নাম?

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in চাকৰি, অসম, শিক্ষা
1 min read
0
প্ৰত্যেক সমষ্টিতে হ’ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বহু শিক্ষক LICৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ বিষয়ববীয়া আদি বিভিন্ন কামত জড়িত হৈ আহিছে।  একাংশ শিক্ষকে সাংবাদিক হোৱাৰ দোহাই দি তথা আন একাংশই ৰাজনৈতিক নেতাৰ আশিসধন্য হোৱাৰ সুবাদত প্ৰায়েই বিদ্যালয়ত অনুপস্থিত থাকে।

উল্লেখ্য যে, শ্ৰেণীকোঠাত পাঠদানক পিঠি দি অন্য বৃত্তিত জড়িত ৰাজ্যৰ মাধ্যমিক শিক্ষকৰ তালিকা ২৫ জুনৰ ভিতৰত জমা দিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ইতিমধ্যে শ্ৰেণীকোঠাত পাঠদানক পিঠি দি এল আই চিৰ এজেণ্ট হিচাপে কৰ্মৰত ১১ জন সহকাৰী শিক্ষকলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। অন্য বৃত্তি বাধ্যতামূলকভাৱে বাদ দিব লাগিব এইসকল শিক্ষকে। এইসকল শিক্ষকৰ শাস্তিমূলক বদলিও হ’ব পাৰে বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম?

  • ৰঙিয়াৰ হৰদত্ত বীৰদত্ত হাইস্কুলৰ নৱজ্যোতি চক্ৰৱৰ্তী।
  • পুঠিমাৰীৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰুণ চন্দ্ৰ কলিতা।
  • দেউলকুছি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ লোহিত চন্দ্ৰ কলিতা।
  • বাৰঘুলি নেহৰু হাইস্কুলৰ নূৰ মহম্মদ চৌধুৰী।
  • দৌংগাবাৰু বি এম হাইস্কুলৰ নলিনী কুমাৰ দাস।
  • গান্ধীবাৰী হাইস্কুলৰ ধীৰেন চৌধুৰী।
  • লতিবাৰী হাইস্কুলৰ জয়ন্ত নাৰায়ণ কোঁৱৰ।
  • তামুলপুৰ ছোৱালী হাইস্কুলৰ দীপাংকৰ চক্ৰৱৰ্তী।
  • গোৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তৰুণ চন্দ্ৰ বড়ো।
  • মাগুৰমাৰী কলবাৰী হাইস্কুলৰ ধনেশ্বৰ বসুমতাৰী।
  • বতিয়ামাৰী হাইস্কুলৰ মুকুল ৰাজবংশী।
Previous Post

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

Next Post

মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

মহাৰাষ্ট্ৰত মহাসংকটঃ ক'ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

অপহৰণঃ মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিসম্বাদী বিধায়ক!

অপহৰণঃ মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিসম্বাদী বিধায়ক!

অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8