• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 2, 2023
in সাহিত্য, অসম, শিক্ষা
1 min read
0
অসম গ্ৰন্থমেলাত লেখিকা, গৱেষক ৰেখা বৰগোহাঁইৰ পাঁচখন গ্ৰন্থ উন্মোচন
Share on FacebookShare on Twitter

আহোম জনগোষ্ঠীৰ ইতিহাস শুদ্ধ ৰূপত পুনৰ উদ্ধাৰৰ বাবে নিৰলস ভাবে গৱেষণা কৰি অহা গৱেষক আৰু বিশিষ্টা লেখিকা ৰেখা বৰগোহাঁয়ে শেহতীয়াভাবে ৰচনা কৰা পাঁচখন গ্ৰন্থ ৩১ ডিচেম্বৰত চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা দ্বিতীয় সংখ্যক অসম গ্ৰন্থমেলাত জে এছ পাব্লিকেশ্যনৰ বিপনীত উন্মোচন কৰা হয়। ইয়াৰ ভিতৰত নিৰুপমা বৰগোহাঞিৰ জীৱন ভিত্তিক উপন্যাস ‘বকুল’ আৰু শিশু উপন্যাস ‘ৰুণজুনহতৰ কথাৰে’ এই দুখন প্ৰকাশ কৰিছে গুৱাহাটীৰ জে এছ পাব্লিকেশ্যন নামৰ প্ৰকাশন গোষ্ঠীটোৱে। তেনেদৰে গল্প সংকলন ‘পাতাবাহাৰ’ , টাই আহোমৰ বীৰাংগনা সকল’ আৰু ডঃ বিজিত তালুকদাৰে ইংৰাজীলৈ অনুবাদ কৰা ‘AHOM HISTORY for CHILDREN’ এই তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে গুৱাহাটীৰ আখৰ পাব্লিকেশ্যন নামৰ প্ৰকাশন গোষ্ঠীটোৱে।

আনহাতে গ্ৰন্থ পাঁচখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ আৰু বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে। এই উপলক্ষে ৰেখা বৰগোঁহাইৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা চমু অনুষ্ঠানত প্ৰণয় বৰদলৈ আৰু ইছমাইল হুছেইনে ভাষণ প্ৰসংগত লেখিকা ৰেখা বৰগোঁহায়ে গ্ৰন্থমেলাৰ বতৰত পাঁচখনকৈ ভিন্ন স্বাদৰ গ্ৰন্থ পাঠকক উপহাৰ দিয়া কথাটোৰ শলাগ লয় আৰু গ্ৰন্থকেইখন পাঠক সমাজে আদৰি লব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত প্ৰকাশক প্ৰণৱ হাজৰিকা, বৰ্ণালী বৰগোঁহাই, সঞ্জীৱ বৰগোঁহাই, সাংস্কৃতিক কর্মীদ্বয় হেমলতা চেতিয়া গগৈ আৰু জুৰি ফুকন চাংমাই , টাই আহোম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি নিতুল বৰগোঁহাইকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

প্ৰকাশিত গ্ৰন্থ সমূহ
1/ আমাক এজন মোমাই তামুলী বৰবৰুৱাৰ প্ৰয়োজন
2/ আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি
3/ আবেলি বেলিৰ বেদনা
4/পখিলাৰ পাখিত বেলিৰ জিলিকনি।
5/ আমি অসমীয়া
6/ শিশুৰ বাবে আহোম বুৰঞ্জী
7/ শিৱসাগৰ ছোৱালী কলেজৰ ৰূপৰেখা
8/ সঠিককৈ কোনেও নাজানে
9 _Ahom History for Children
10/ পাতাবাহাৰ
11/ টাই আহোমৰ বীৰাংগনাসকল
12/ বকুল

Previous Post

অসম -অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

বিমুদ্ৰাকৰণ বৈধ! বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে

বিমুদ্ৰাকৰণ বৈধ! বিমুদ্ৰাকৰণৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

ডিগবৈ জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8