• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
November 16, 2022
in সাহিত্য, গুৱাহাটী, সংবাদ
1 min read
0
গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন
Share on FacebookShare on Twitter

পূৰ্বয়ান প্ৰকাশনৰ উদ্যোগত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ ৰবীন মজুমদাৰৰ লঘু-ব্যংগ গ্ৰন্থ “ন’পাৰ্কিং” আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ তথা অনুবাদক গায়ত্ৰী ভট্টাচাৰ্য, খ্যাতিনামা সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰু, চিকিৎসক তথা বিশিষ্ট কথা শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। নিজৰ উন্মোচনী ভাষণত ৰাজগুৰুৱে কয় যে সাহিত্যৰ ক্ষেত্ৰত আটাইতকৈ কঠিন কাম হৈছে ব্যংগ ৰচনা সৃষ্টি আৰু এনে ধৰণৰ জটিল কাম এটা নিৰৱচিন্ন ভাবে কৰি অহা বাবে ডাঃ মজুমদাৰ ধন্যবাদৰ পাত্ৰ। তেওঁ লগতে ইয়াকো কয় যে অসমীয়া সাহিত্য পাঠকৰ লগত ব্যংগ লেখকৰ পৰিমাণ কম।

আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত গ্ৰন্থখনৰ বিষয়বস্ত সন্দৰ্ভত মন্তব্য আগবঢ়াই গ্ৰন্থখনৰ প্ৰকাশক তথা পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰ ডঃ অমৃত কুমাৰ উপাধ্যায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰকাশিত ডাঃ ৰবীন মজুমদাৰৰ ফাণাপৰ দেশত গন্থখনে যথেষ্ট সমাদৰ লাভ কৰিছে।

Previous Post

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

Next Post

আজিৰে পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
আজিৰে পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান

আজিৰে পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ'ব নিয়মীয়া পাঠদান

প্ৰেয়সীক নৃশংসভাৱে হত্যা কৰা আফটাবৰ হ’ব নাৰ্কো পৰীক্ষা! আদালতৰ অনুমতি

প্ৰেয়সীক নৃশংসভাৱে হত্যা কৰা আফটাবৰ হ'ব নাৰ্কো পৰীক্ষা! আদালতৰ অনুমতি

পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহাৰ ৯৮.৬৯১২ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ

পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহাৰ ৯৮.৬৯১২ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8