• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 27, 2022
in সাহিত্য, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়
1 min read
0
গৌৰৱঃ প্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যলৈ বুকাৰ সন্মান
Share on FacebookShare on Twitter

দেশবাসীক গৌৰৱান্বিত কৰি সাহিত্যৰ অস্কাৰ হিচাপে খ্যাত আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান আজুৰি আনিলে এগৰাকী ভাৰতীয় সাহিত্যিকে। সাহিত্যিক গীতাঞ্জলী শ্ৰীয়ে ‘Tomb of Sand’ উপন্যাসখনৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে। উল্লেখ্য যে, হিন্দী উপন্যাসৰ বাবে এয়াই হৈছে প্ৰথমটো বুকাৰ সন্মান।

Tomb of Sand’ উপন্যাস খন হৈছে হিন্দীৰ ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ। আনহাতে এই সন্মান লাভ কৰাৰ পাছতে সাহিত্যিকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এয়া মোৰ বাবে বিৰল প্ৰাপ্তি। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অনুৰাগীয়েও যেতিয়া মনৰ ভাৱ বুজি পাই ইমান প্ৰশংসাৰে উপচাই পেলায় তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।

তেওঁ কয়- মই কেতিয়াবা বুকাৰ সন্মান লাভ কৰিম বুলি সপোন দেখা নাছিলো বা কল্পনাও কৰা নাছিলো। মোৰ বাবে এয়া সপোন সপোন যেন লগা এক অনুভৱ।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!
সংবাদ

এণ্ড’স্কপি কেমেৰাত বন্দী উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক!

November 21, 2023
উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!
সংবাদ

উত্তৰ কাশীত সুৰংগত বৰ্তমানেও আবদ্ধ ৪০ শ্ৰমিক!

November 18, 2023
মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক
ৰাজনীতি

মধ্যপ্ৰদেশত বিজেপি কৰ্মীয়ে ভোট কেন্দ্ৰত প্ৰৱেশত বাধা দিলে কমল নাথৰ পুত্ৰক

November 17, 2023
নিৰ্বাচনী তালিকাৰ পৰা আতৰিল ৮৬ টা ৰাজনৈতিক সংগঠন!
ৰাজনীতি

প্ৰিয়ংকা গান্ধী আৰু আপৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী!

November 15, 2023
Next Post
গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

গুৱাহাটীত গুলপীয়া বাছৰ সেৱা বন্ধ!

শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব নিয়োগ বিনিময় কেন্দ্ৰ

শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব নিয়োগ বিনিময় কেন্দ্ৰ

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

অসম জাতীয় পৰিষদ ত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8