• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in সাহিত্য, গুৱাহাটী
1 min read
0
জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন
Share on FacebookShare on Twitter

সোমবাৰে জ্যোতিচিত্রবনৰ ৰুদ্র বৰুৱা প্ৰেক্ষাগৃহত সদৌ অসম কবি চক্ৰৰ এখন গ্রন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। গ্রন্থ উন্মোচনী সভাখনিৰ সভাপতিত্ব কৰে অনুপ কুমাৰ তালুকদাৰে আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক বিতুমণি গোস্বামীয়ে।

বিশিষ্ট আতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী সূৰ্য হাজৰিকা। লগতে বিশিষ্ট সাহিত্যিক তথা গৱেষক পণ্ডিত লীলাধৰ হাজৰিকা, বিশিষ্ট সাহিত্যিক তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা, কবি সমালোচক বিপুল শর্মা, লেখিকা সবিতা দেবী আৰু হৃষিকেশ দাসো অনুষ্ঠানটিত উপস্থিত থাকে। জালুকবাৰী অঞ্চলৰ শিশু সাহিত্যিক জ্যোৎস্না কলিতাৰ ষষ্ঠ গ্রন্থ “ভাল বন্ধু” শিশু গ্রন্থখনি উন্মোচন কৰে বিশিষ্ট লেখক তথা গৱেষক পণ্ডিত শ্রী লীলাধৰ হাজৰিকা দেৱে।

Previous Post

মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড

Next Post

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

Related Posts

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
শিক্ষা

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

January 24, 2023
দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ
সংবাদ

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

January 24, 2023
Next Post
ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ৰেলৰ চেপাত নিহত এজন

ৰেলৰ চেপাত নিহত এজন

স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8