১ ৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰায়ে এক সংবাদ মেলখন যোগে ৰঙিয়াত প্ৰায় ৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত জানিবলৈ দিয়ে।
২ আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ
বিগত দিনবোৰত এজনৰ পিছত আনজন যুৱক সন্ধানহীন হোৱাৰ পিছত সন্দেহ কৰা হৈছে যে এই যুৱকসকলে আলফা (স্বা)ত (ULFA-I) যোগদান কৰিছে।
৩ চিকিৎসালয়তে পুষ্পাৰ গীতত নৃত্য কৰিলে অভিনেতা কিশোৰ দাসে
অসমৰ বিভিন্ন মিউজিক ভিডিঅ’ত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিত্সাধীন হৈ আছে।
৪ প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!
বৃহস্পতিবাৰে হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়। প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰে।
৫ শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ
বৃহস্পতিবাৰে হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়। প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰে।