• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বাতৰি

পলকতে দিনটোৰ শীৰ্ষ বাতৰি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 20, 2022
in নিউজ বুলেটিন, সংবাদ
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ ধৰ্ষণকাৰীক এনকাউন্টাৰৰ পাছতো পুনৰ মহানগৰীত জীয়ৰীৰ শ্লীলতা হানি

বৰ্তমান সময়ছোৱাত ধৰ্ষনকাণ্ডৰ লগত জৰিত অভিযুক্তক আৰক্ষীৰ জালত পেলাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত আছে । কিন্তু তাৰ পাছতো যেন একাংশই কেৰেপ কৰা নাই আৰক্ষীক । হোলীৰ উৎসাহৰ মাজতে মহানগৰীৰ বেলতলাত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ ফাকু সনাৰ চলেৰে ১৩ বছৰীয়া কিশোৰীক শ্লীলতা হানিৰ অভিযোগ ৷

২ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা মহানগৰীত !

মহানগৰীত যৌতুকৰ বাবেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সাধাৰণ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। ফটাশিল আমবাৰীৰ চেগুণবাৰীত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে,পত্নীক হত্যাৰ চেষ্টা প্ৰদীপ তালুকদাৰ নামৰ লোকজনৰ।

৩ কেনেকৈ ফাদিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ?

সোমবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা । কিন্তু বৰ্তমান প্ৰশ্নকাকতক লৈ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকন্ঠাৰ। শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ যোগেদি বিভিন্ন গ্ৰুপত ভাইৰেল হৈছে গণিতৰ এখন প্ৰশ্নকাকতৰ প্ৰথমটো পৃষ্ঠা।

৪ ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ চহৰ

বৰ্তমানো অব্যহত আছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ । ৰাছিয়াৰ সামৰিক অভিযানে ইতিমধ্যে অতিক্ৰম কৰিলে ২৪ দিন । দুয়োখন দেশৰ মাজৰ এই যুদ্ধৰ ফলত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু চহৰ ।

৫ আজিৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল ‘জয়মতী’

জেৰেঙা ৰাঙলী কৰি যোৱা জয়মতীৰ স্মৃতিত অসমৰ ৰাইজক উপহাৰ দিয়া জ্যোতি ককাইদেউৰ সপোনৰ ছবি জয়মতী । আজি অৰ্থাৎ ১৯৩৫ চনৰ ২০ মাৰ্চৰ দিনটোতেই ৰাইজলৈ আগবঢ়োৱা হৈছিল প্ৰথম খন অসমীয়া ছবি জয়মতী ।

Previous Post

ধৰ্ষণকাৰীক এনকাউন্টাৰৰ পাছতো পুনৰ মহানগৰীত জীয়ৰীৰ শ্লীলতা হানি

Next Post

অসম চাহ কৰ্মচাৰী সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম চাহ কৰ্মচাৰী সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

অসম চাহ কৰ্মচাৰী সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8