• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

নিউজ ডেস্ক by নিউজ ডেস্ক
October 24, 2022
in News, others, জীৱনশৈলী, ফটো, বিবিধ, মনোৰঞ্জন, ৰাষ্ট্ৰীয়, সংবাদ, সংস্কৃতি
1 min read
0
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক
Share on FacebookShare on Twitter

প্ৰায় ১৫.৭৬ লাখ মাটিৰ বন্তিৰে জিলিকি উঠিল ৰামৰ জন্মভূমি অযোধ্যা । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰৰ ‘দীপোৎসৱ’ উপলক্ষ্যে সজাই পৰাই তোলা হ’ল সমগ্ৰ চহৰ খনক । ইয়াৰ সৈতেই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত মাটিৰ বন্তি প্ৰজ্বলনৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হিচাপে স্থান লাভ কৰিলে দীপোৎসৱে ।

 

তদুপৰি অযোধ্যা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অধ্যাপক সকলেও যোগদান কৰে এই কাৰ্যসূচীত । এটিৰ পাছত আন এটিকৈ ১৫ লাখতকৈও অধিক বন্তি প্ৰজ্বলন কৰা হয় ।

 

তাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ।

উল্লেখ্য যে, ২০১৭ চনত প্ৰথমবাৰৰ বাবে ১.৭৬ লাখ বন্তি প্ৰজ্বলনেৰে উত্তৰ প্ৰদেশত দীপোৎসৱৰ আৰম্ভণি কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰেই বৃদ্ধি হৈ গৈছিল মাটিৰ বন্তিৰ সংখ্যা । ২০১৮ বৰ্ষত ৩.০১ লাখ, ২০১৯ বৰ্ষত ৪.০৪ লাখ, ২০২০ বৰ্ষত ৬.০৬ লাখ আৰু ২০২১ বৰ্ষত ৯.৪১ লাখ মাটিৰ বন্তিৰে পোহৰাই তোলা হৈছিল চহৰ খনক ।

Tags: #Headline8#indian politician#narendramodi
Previous Post

বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পন্ন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ’ব সূৰ্যগ্ৰহণ!

আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ'ব সূৰ্যগ্ৰহণ!

তীব্ৰতৰ হৈছে ছিট্ৰাং; উত্তৰ পূৰ্বাঞ্চলত হ’ব প্ৰচণ্ড বৃষ্টিপাত!

তীব্ৰতৰ হৈছে ছিট্ৰাং; উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড বৃষ্টিপাত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8