• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পীয়ুষ হাজৰিকাৰ দাবী আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব AAPৰ কাৰ্যকৰ্তাই

নিউজ ডেস্ক by নিউজ ডেস্ক
April 21, 2022
in News, অসম, ৰাজনীতি, সংবাদ
1 min read
0
পীয়ুষ হাজৰিকাৰ দাবী আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব AAPৰ কাৰ্যকৰ্তাই
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে আম আদমী পাৰ্টীয়ে। বিজেপিৰ বাবেও কিছু কিছু ৱাৰ্ডত দলটোৰ প্ৰাৰ্থীসকল প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । বুধবাৰে অন্ত পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

উল্লেখ্য যে, অন্তিম দিনটোত আম আদমী পাৰ্টীয়ে গুৱাহাটীত বিশাল ৰোডশ্ব কৰি শক্তি প্ৰদৰ্শন কৰে। ভৰলুমুখৰ সোনাৰাম খেলপথাৰৰ পৰা আম আদমী পাৰ্টিয়ে বাহিৰ কৰে এক বিশাল ৰোড শ্ব’। ৰোড শ্বত অংশগ্ৰহণ কৰে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা ৩৯ টা ৱাৰ্ডৰ প্ৰতিনিধি আৰু সমৰ্থকসকলে। ৰোডশ্বত অংশগ্ৰহণ কৰে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যা তথা দিল্লীত হোৱা শৈক্ষিক বিপ্লৱৰ এগৰাকী অন্যতম নায়িকা, দিল্লী বিধানসভাৰ সন্মানীয় সদস্য অতিশীয়ে।

এই ৰোডশ্বৰ সময়ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে আঘাত কৰিলে নেকি অসমীয়াৰ স্বাভিমানৰ প্ৰতীক জাপিক? বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই দলটোক তীব্ৰ সমালোচনা কৰে।

মন্ত্ৰী হাজৰিকাৰ অভিযোগ- আম আদমী পাৰ্টীৰ নেত্ৰীগৰাকীয়ে জাপিৰ ওপৰত দলটোৰ প্ৰতীক ঝাড়ু ৰাখি অসমীয়াৰ জাতীয় স্বাভিমানক আঘাত কৰিছে। আৰু ভৱিষ্যতে এনে দুঃসাহসৰ পৰা দলটোক আঁতৰি থাকিবলৈ সকীয়াই দিয়ে পীয়ুষ হাজৰিকাই। কেৱল ইমানেই নহয়, আম আদমী পাৰ্টীৰ প্ৰতিগৰাকী সদস্যক অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা খোজাৰ দাবী জনায় মন্ত্ৰীগৰাকীয়ে।

Previous Post

ভাল খবৰ : ২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS

Next Post

সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

গুটখাৰ বিজ্ঞাপনৰ বাবে অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে

গুটখাৰ বিজ্ঞাপনৰ বাবে অৱশেষত ক্ষমা খুজিলে অক্ষয় কুমাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8