- কৰোনা ভাইৰাচৰ সংক্ৰমণ শেষ নহওতেই অচল হৈ পৰিল কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা “আৰোগ্য সেতু” এপ।
- এক প্ৰতিবেদন অনুসৰি, এপটোত বন্ধ কৰি দিয়া হৈছে ডাটা একচেছ আৰু শ্বেয়াৰিং প্ৰট’কল।
- কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি, এতিয়াৰে পৰা আৰোগ্য সেতু এপৰ জৰিয়তে কোনো ধৰণৰ তথ্য় আদান প্ৰদান কৰিব পৰা নাযাব।
- আৰোগ্য সেতু এপৰ বিষয়ে ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচনে আৰ.টি.আই কৰি সবিশেষ জানিব বিচৰাত চৰকাৰে এপটোৰ ডাটা একচেছ আৰু শ্বেয়াৰিং প্ৰট’কল বন্ধ কৰি দিয়া হোৱা বুলি জানিবলৈ দিয়ে।