ৰাজ্যত মূল্যবৃদ্বিয়ে সকলোকে জুৰুলা কৰিছে । যোৰহাটত মূল্য বৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে আছুয়ে ৰুপায়ন কৰে সত্যাগ্ৰহ কাৰ্যসূচী ।
উল্লেখ্য যে, যোৰহাট ষ্টেডিয়ামপৰা আৰম্ভ কৰি যোৰহাট উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখলৈকে খাদ্য সামগ্ৰী,ইন্ধন জাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিবাদত এই সত্যাগ্ৰহ।
শতাধিক আছু নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰ হাই হাই যোগান বিভাগ হাই হাই আদি শ্লোগান দি উত্তপ্ত কৰি তোলে যোৰহাটৰ পৰিবেশ ।