• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

নিউজ ডেস্ক by নিউজ ডেস্ক
April 22, 2022
in News, অসম, ক্ৰীড়া, জীৱনশৈলী, সংবাদ
1 min read
0
অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা
Share on FacebookShare on Twitter

দৌৰি দুবাৰকৈ গ্ৰীনিজ বিশ্ব অভিলেখ গঢ়ি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ খেলুৱৈ অভিজিত বৰুৱা এইবাৰ আন্ত:ৰাষ্ট্ৰীয় বক্সিঙৰ ৰিংত নামিব। অহা ২৪ এপ্ৰিল তাৰিখে সুদুৰ দিল্লীত ওৱৰ্লড বক্সিং কাউঞ্চিল আৰু এছিয়ান বক্সিং কাউঞ্চিলৰ অধীনত ৰয়েল স্পৰ্চ প্ৰম’চনে আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয়  professional boxing ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম সন্তান অভিজিতে।

উল্লেখযোগ্য যে, অসমৰ হৈ পোন প্ৰথমবাৰৰ বাবে অভিজিত বৰুৱাই এই আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে যাক লৈ এতিয়া সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত উৎকন্ঠা বৃদ্ধি পাইছে আৰু অতি উৎফুল্লিত হৈ পৰিছে।

ব্যতিক্ৰম নহয় টীয়কতো। টীয়ক বক্সিং একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষক তথা অভিভাৱক বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকলো গোট খাই অনুশীলনৰ মাজতে তেওঁলোকৰ গুৰু অভিজিত বৰুৱাৰ জয়ী কামনাৰে নেদেখাজনৰ চৰণত এগছি বন্তি,ধূপ জ্বলাই সেৱা আগবঢ়াইছে। লগতে ভগৱানে যাতে তেওঁক অধিক শক্তি দিয়ে আৰু জয়ী হৈ অসমলৈ যাতে পুনৰ গৌৰৱ কঢ়িয়াই আনে তাক কামনা কৰিছে। ইপিনে অভিজিত বৰুৱাৰ জয়ে অনাগত দিনত এইসকল উঠি অহা খেলুৱৈ খেলৰ মানদণ্ড আৰু অধিক উন্নত হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Previous Post

পৌৰনিগম নিৰ্বাচন : ভোট নিদিয়াকৈ ওলাই আহিছে বহুলোক !

Next Post

‘ভোট নিদিয়াসকল দেশদ্ৰোহী ‘

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘ভোট নিদিয়াসকল দেশদ্ৰোহী ‘

'ভোট নিদিয়াসকল দেশদ্ৰোহী '

অতুল বৰাৰ স্পষ্ট মন্তব্য এতিয়া আৰু কংগ্ৰেছ নচলে

অতুল বৰাৰ স্পষ্ট মন্তব্য এতিয়া আৰু কংগ্ৰেছ নচলে

দিল্লীত ক’ভিডৰ ৮টা নতুন ভেৰিয়েণ্টত আক্ৰান্ত হ’ল বহুলোক

দিল্লীত ক'ভিডৰ ৮টা নতুন ভেৰিয়েণ্টত আক্ৰান্ত হ'ল বহুলোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8