- ডিগবৈত এক দুৰ্ঘটনা সংঘটিত হৈছে।
- এই দুৰ্ঘটনাটো ৰাষ্ট্রীয় ঘাইপথৰ নামদাং হাউছৰ সন্মুখত সংঘটিত হৈছে।
- MH-12-FM-2266 নম্বৰৰ এখন স্কুটীৰে আহি থকা দুই যুৱকৰ ঘাইপথত শুই থকা গৰুৰ সৈতে সংঘৰ্ষ হয়।
- দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় প্রহ্লাদ গোৱালা নামৰ এজন যুৱকজন।
- গুৰুতৰভাৱে আহত হয় আন যুৱকজন।
- স্থানীয় লোকৰ তত্পৰতাত আহত যুৱকজনক চিকিত্সাললৈ প্রেৰণ কৰে।