• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাল খবৰ : ২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS

নিউজ ডেস্ক by নিউজ ডেস্ক
April 21, 2022
in News, অসম, সংবাদ
1 min read
0
ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰীয়ে
Share on FacebookShare on Twitter

২০২২ চনৰ শেষৰফালে মুকলি হ’ব AIIMS। ইপিনে ২০২৩ চনত মুকলি হ’ব উত্তৰ দক্ষিণ গুৱাহাটী সংযোগী দলং । এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে AIIMSত চিকিৎসাৰ বাবে অহা ৰোগী-অভিভাৱক থাকিব পৰাকৈ পৰ্যটক নিবাস নিৰ্মাণ কৰা হ’ব। ৪৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব পৰ্যটক নিবাস। দুই বছৰৰ ভিতৰত সমগ্ৰ প্ৰকল্প সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

অসম দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য বুলি অভিহিত মুখ্যমন্ত্ৰীৰ। অসমৰ প্ৰতিটো উপায়ুক্ত কাৰ্যালয়ৰ লগত ইণ্টিগ্ৰেডেত কাৰ্যলয় নিৰ্মাণৰ পৰামৰ্শ প্ৰদান কৰে। প্ৰথমবাৰৰ বাবে কামৰূপ জিলাত এই কাম আৰম্ভ হ’ব। পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ গঢ়ি তোলা হ’ব উত্তৰ গুৱাহাটী। আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন ক্ৰীড়া একাডেমি নিৰ্মাণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Previous Post

বিজেপি কৰ্মীক গুলিয়াই হত্যা দিল্লীত

Next Post

পীয়ুষ হাজৰিকাৰ দাবী আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব AAPৰ কাৰ্যকৰ্তাই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পীয়ুষ হাজৰিকাৰ দাবী আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব AAPৰ কাৰ্যকৰ্তাই

পীয়ুষ হাজৰিকাৰ দাবী আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব AAPৰ কাৰ্যকৰ্তাই

সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সতী সাধনীক

জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

জিগনেশ মেৱানীক মুক্তিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8