• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in News, অসম, সংবাদ, সাহিত্য
1 min read
0
ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা
Share on FacebookShare on Twitter

দক্ষিণ কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত আৰু ছয়গাঁও মহাবিদ্যালয়ৰ IQAC সহযোগত দুখনকৈ কুইজ প্ৰতিযোগিতা মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়

প্ৰয়াত খগেন বায়ন সোঁৱৰণী সদৌ অসম ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰয়াত ভূপেন ঠাকুৰীয়াৰ সোৱৰণী
আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা দুখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৫৬ টা দলে অংশ গ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, ছয়গাঁও মহাবিদ্যালয় অধ্যক্ষ নৱ কলিতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

আন্তঃবিদ্যালয় প্ৰতিযোগিতা – ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবিনাশ দাস- অভিজিৎ দাসে প্ৰথম স্থান , মাধৱ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্ঞানজ্যোতি নাথ- ভাৰ্গৱ কলিতাই দ্বিতীয় স্থান , জাতীয় বিদ্যালয় ছয়গাঁৱৰ কল্পজ্যোতি কলিতা – চফিজ ইছলামে তৃতীয় স্থান লাভ কৰে ।

অন্যহাতে, মুকলি কুইজত -ভূপাল শৰ্মা-ৰুবুল কলিতাই প্ৰথম , দুল হাজৰিকা -ৰাজিব্ৰল আৱাল দ্বিতীয় আৰু বিশ্বজিৎ শৰ্মা,কমল দাসে তৃতীয় স্থান লাভ কৰে উল্লেখ যে, কুইজ প্ৰতিযোগিতা দুখন ক্ৰমে – কল্পজ্যোতি কলিতা, বনজিৎ কলিতা আৰু মানস প্ৰীতম দাসে পৰিচালনা কৰে। দক্ষিণ কামৰূপ কুইজ ফ’ৰামৰ এই পদক্ষেপৰ বাবে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

Previous Post

চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ তৎপৰ CBI

Next Post

আলফা(স্বা)ৰে জড়িত! লণ্ডনৰ আদালতত হাজিৰ মুকুল হাজৰিকা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আলফা(স্বা)ৰে জড়িত! লণ্ডনৰ আদালতত হাজিৰ মুকুল হাজৰিকা

আলফা(স্বা)ৰে জড়িত! লণ্ডনৰ আদালতত হাজিৰ মুকুল হাজৰিকা

ভূমিস্খলনৰ আশংকা! কামৰূপত আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

ভূমিস্খলনৰ আশংকা! কামৰূপত আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

বিভিন্ন স্থানত পালন কৰা হ’ল সাংবাদিক  পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান

বিভিন্ন স্থানত পালন কৰা হ'ল সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8