• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ-পূৱৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আয়ুষ্মান খুৰানাৰ ANEK চিত্ৰগৃহত

নিউজ ডেস্ক by নিউজ ডেস্ক
May 6, 2022
in News, মনোৰঞ্জন, সংবাদ
1 min read
0
উত্তৰ-পূৱৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আয়ুষ্মান খুৰানাৰ ANEK চিত্ৰগৃহত
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে মুকলি হ’ল আয়ুষ্মান খুৰানাৰ নতুন ছবি ‘অনেক’ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোৰ মুক্তিৰ লগেই লগেই ছবিখনকলৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷
কোনোৱে কৈছে, ” মাত্ৰ এমাহ দুমাহ মানৰ আগেয়ে The kashmir files চাই বহুতেই কৈছিল আমাক Northeast files লাগে, উত্তৰ-পূবৰ সশস্ত্ৰ সংগ্ৰামৰ ওপৰত ছবি এখন লাগে। ”
উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ ছবিখনৰ পৰিচালনা কৰিছে অনুভৱ সিন্হাই ৷ ইয়াৰ পূৰ্বে অনুভৱ আৰু আয়ুষ্মানৰ যুটিটোৱে ‘Article-15’ৰ দৰে ছবি দৰ্শকক উপহাৰ দিছে ৷ বক্স অফিচ সফলতাৰ লগতে ‘Article-15’ ছবিখনে চলচিত্ৰ পণ্ডিত সকলৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল ৷
ইপিনে, বাস্তৱ ধৰ্মী সামাজিক ঘটনাক বিষয়বস্তু হিচাপে লৈ ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অনুভৱ সিনহাৰ আছে বিশেষ নাম, ইয়াৰ পূৰ্বে ‘আৰ্টিকল 15’ ৰ ওপৰিও তেওঁ নিৰ্মাণ কৰা ‘মুল্ক’, ‘থাপ্পড়’ আদিয়েও লাভ কৰিছিল চলচিত্ৰ সমালোচকৰ লগতে ছবি প্ৰেমী ৰাইজৰ সমাদৰ ৷ ‘অনেক’ৰ বিষয়বস্তু আৰু অনুভৱ সিনহা, আয়ুষ্মান খুৰানাৰ পূৰ্বৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি সেয়ে এতিয়া অহা ২৭ মে’ত মুক্তি লাভ কৰিব লগীয়া ছবিখনকলৈ সৃষ্টি হৈছে আলোচনা আৰু উৎসুকতা ৷
মন কৰিব লগীয়া যে, চলিত বৰ্ষৰ ১১ মাৰ্চত মুক্তি লাভ কৰা বলিউড ছবি ‘দ্যা কাশ্মীৰ ফাইলচ’কলৈ যেতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছিল সেই সময়তে বিভিন্ন জনে সামাজিক মাধ্যমত উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ আধাৰত ‘দ্যা কাশ্মীৰ ফাইলচ’ৰ দৰেই ‘নৰ্থ ইষ্ট ফাইলচ’ বুলিও ছবি এখন নিৰ্মাণ হ’ব লাগে বুলি ব্যাপক চৰ্চা চলোৱা দেখা গৈছিল ৷
নাম ‘নৰ্থ ইষ্ট ফাইলচ’ নহ’লেও এতিয়া একে বিষয় বস্তুৰে নিৰ্মাণ হোৱা ‘অনেক’ ছবিখনে দৰ্শকৰ চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে ৷ বিশেষকৈ, দেশৰ আন প্ৰান্তৰ ৰাইজৰ অজ্ঞাতে থকা উত্তৰ-পূৱৰ সশস্ত্ৰ বিপ্লৱৰ বহু অধ্যায় ছবিখনে উন্মোচন কৰিব বুলিও আশা কৰিছে ছবি প্ৰেমী ৰাইজে ৷
ছবিখনৰ মুখ্য ভূমিকা ৰূপায়ন কৰা আয়ুষ্মান খুৰানাই কয় যে, এই ছবিখনে তেওঁক শাৰিৰীক আৰু মানসিক দুয়োফালৰ পৰা যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে ৷ পৰিচালক অনুভৱ সিনহাৰ সফল নেতৃত্বত আয়ুষ্মানে নিজৰ ফালৰ পৰা সৰ্বোচ্চ উজাৰি অভিনয় কৰাৰ কথা স্বীকাৰ কৰিছে অভিনেতা গৰাকীয়ে ৷ ইপিনে, এই ছবিখনে অসমৰ বাবেও কঢ়িয়াই আনিছে এক ভাল খবৰ ৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছে বলীউডৰ সফল সংগীত পৰিচালক তথা অসম সন্তান অনুৰাগ শইকীয়াই ৷ শইকীয়াই ইয়াৰ পূৰ্বেও পৰিচালক অনুভৱ সিনহাৰ কেইবাখনো ছবিৰ সংগীত পৰিচালকৰ ভূমিকা ৰূপায়ন কৰিছে ৷

 

 

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

জে’ললৈ যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
জে’ললৈ যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ!

জে’ললৈ যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ!

মাত্ৰ ১০ মিনিটত আপোনাৰ হতাশা দূৰ হব! যদিহে এই কাম কৰে

মাত্ৰ ১০ মিনিটত আপোনাৰ হতাশা দূৰ হব! যদিহে এই কাম কৰে

ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত আৰক্ষী বিভাগলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এজন ব্যক্তিক এবাৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পিছত দ্বিতীয় শুনানি গ্ৰহণ কৰা নহয়ঃ গুৱাহাটী উচ্চ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8