প্ৰদেশ কংগ্ৰেছত আন এক মুখ্যম আঘাট সানি এইবাৰ দলত্যাগ কৰিলে এগৰাকী শক্তিশালী নেতাই।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে মনোজ ধানোৱাৰে। দলটোৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দলত্যাগ কৰিলে কংগ্ৰেছৰ
প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰে।
তেওঁ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ সংঘৰ সভাপতি পদত অধিষ্ঠিত আছিল। কংগ্ৰেছক দিশহাৰা নাও আখ্যা পদত্যাগী ধানোৱাৰৰ।