• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এই কেইটা কাম কৰিলে উচ্চ ৰক্তচাপৰ পৰা ১০০% ই পৰিত্ৰাণ পাব

নিউজ ডেস্ক by নিউজ ডেস্ক
May 6, 2022
in News, খাদ্যাভাস, জীৱনশৈলী, সংবাদ
1 min read
0
এই কেইটা কাম কৰিলে উচ্চ ৰক্তচাপৰ পৰা ১০০% ই পৰিত্ৰাণ পাব
Share on FacebookShare on Twitter

ডায়েবেটিচৰ দৰে উচ্চ ৰক্তচাপ থকা ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাই আহিছে। বিশেষজ্ঞসকলে জনোৱা অনুসৰি, ভুল খাদ্যভ্যাস, অত্যাধিক চাপ, উত্তেজনা, ব্যায়ামৰ অভাৱ, এইবোৰে উচ্চ ৰক্তচাপৰ সমস্যাও বৃদ্ধি কৰে। সেয়েহে, বিশেষজ্ঞসকলে নিয়মীয়াকৈ দৈনন্দিন খাদ্যাভ্যাসৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ পৰামৰ্শ আগবঢ়াইছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুমান ঔষধ গ্ৰহণ কৰাৰ উপৰিও, জীৱনশৈলীৰ পৰিৱৰ্তনও কৰিব লাগে।

কিছুমান ভাৰতীয় খাদ্য আছে যিয়ে দৈনিক ভিত্তিত ৰাখিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত কৰিব পাৰি। চিকিৎসকসকলে ৰক্তচাপৰ সমস্যা দূৰ কৰিবলৈ ওজন হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে। এই খাদ্যবোৰে ওজন দ্ৰুততাৰে নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আপুনি বাৰু জানেনে সেইবোৰ খাদ্য কি কি?

১) ময়দা বা ময়দাৰ পিঠাৰ সলনি, জোৱাৰ পিঠা বাছনি কৰক। জোৱাৰ পিঠা এণ্টিঅক্সিডেণ্ট, আঁহ, প্ৰ’টিন, খনিজ পদাৰ্থৰে পৰিপূৰ্ণ। যি উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ বাবে অতি উপকাৰী।

২) তিয়ঁহ ৰায়তা বনাওক আৰু প্ৰতিদিনে খাওক। শৰীৰটোও ঠাণ্ডা হৈ থাকিব। ডিহাইড্ৰেচনৰ সমস্যা হ্ৰাস হ’ব।

৩) দৈ, ভেণ্ডিৰ দৰে সুস্বাদু আহাৰ, উচ্চ ৰক্তচাপৰ বাবে সিমানেই উপকাৰী। আপুনি ইয়াক মাত্ৰ ৩০ মিনিটত বনাব পাৰে। ভেণ্ডিত বহুতো পুষ্টি আছে যি উচ্চ ৰক্তচাপৰ বাবে উপকাৰী। অৱশ্যে, ৰন্ধাৰ সময়ত অলপ তেল ব্যৱহাৰ কৰা উচিত।

৪) মুং দাইলত আঁহ, পটাছিয়াম, লো থাকে। আপুনি মুং দাইলক পিয়াজ, জলকীয়াৰ সৈতে পেনকেকৰ দৰে বনাব পাৰে আৰু ইয়াক ৰাতিপুৱাৰ আহাৰৰ সৈতে খাব পাৰে।

৫) ৰাজমাহ চালাড উচ্চ ৰক্তচাপৰ বাবে অতি উপকাৰী। উতলা ৰাজমা, পিয়াজ, বিলাহী, স্প্ৰিং অয়ন, আখৰোট, বাদাম, সৰু ক’লা জালুক, নিমখ, নেমুৰ ৰসৰ সৈতে ৰাজমাহ চালাড বনাওক। ৰাতিপুৱা হওঁক বা দুপৰীয়া হওঁক, আপুনি যিকোনো সময়তে খাই উচ্চ ৰক্তচাপৰ পৰা সুফল পাব পাৰিব।

Previous Post

ক’ৰোনা মহামাৰী অন্ত পৰিলেই বলৱৎ হ’ব CAA!

Next Post

ক’ভিডৰ বাবেই স্থগিত হ’ল এছিয়ান গেমছ

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
ক’ভিডৰ বাবেই স্থগিত হ’ল এছিয়ান গেমছ

ক'ভিডৰ বাবেই স্থগিত হ'ল এছিয়ান গেমছ

বিধায়কৰ বাঢ়িল দৰমহা!

বিধায়কৰ বাঢ়িল দৰমহা!

নিশা মহানগৰীৰ নটবমা ছোৱালী মাদ্রাছাত অগ্নিকাণ্ড

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8