• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লী বিশ্ববিদ্যালয়ত সুনাম কঢ়িয়ালে অসম কন্যা প্ৰনীষা ৰাজখোৱাই

নিউজ ডেস্ক by নিউজ ডেস্ক
April 30, 2022
in News, অসম, ৰাষ্ট্ৰীয়, শিক্ষা, সংবাদ
1 min read
0
দিল্লী বিশ্ববিদ্যালয়ত সুনাম কঢ়িয়ালে অসম কন্যা প্ৰনীষা ৰাজখোৱাই
Share on FacebookShare on Twitter

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ভূ-তত্ব বিভাগ স্নানাকোত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল অসম কন্যা প্ৰনীষা ৰাজখোৱাৰ।

দিল্লী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নানাকোত্তৰ পৰীক্ষাৰ ফলাফলত বিশ্ববিদ্যালয়খনৰ পৰা ভূ-তত্ব বিভাগত তৃতীয় স্থান দখল কৰে শিৱসাগৰৰ প্ৰনীষা ৰাজখোৱাই। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা ভূ-তত্ব বিভাগত অধ্যায়ন কৰা প্ৰনীষা ৰাজখোৱাই মহাবিদ্যালয়খনৰ পৰাও স্নাতকোত্তৰ পৰীক্ষাত তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে।

 

শুকুৰবাৰে দিল্লীৰ হংসৰাজ কলেজত আয়োজিত ৭৪ সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অসম কন্যা প্ৰনীষা ৰাজখোৱাক মহাবিদ্যালয়ৰ পৰা সন্মান জনোৱা হয়।

শিৱসাগৰৰ গনকপট্টিৰ মানৱ ৰাজখোৱা আৰু দেৱজানী ৰাজখোৱাৰ কন্যা। অসম কন্যা প্ৰনীষাৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Previous Post

LIC IPO’ক ১০ কোটি গ্ৰাম্য পৰিয়ালৰ কাষ চপোৱাব Spice Money আৰু Religare Brokingএ

Next Post

চেংকন

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
চেংকন

চেংকন

ভয়াৱহ! স্কুল ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্ৰাগছ সৰবৰাহ

ভয়াৱহ! স্কুল ইউনিফৰ্ম পৰিহিত শিশুৰ দ্বাৰা ড্ৰাগছ সৰবৰাহ

মহানগৰীত পুনৰ চুৰিকাণ্ড

মহানগৰীৰ বশিষ্ঠত চুৰিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8