• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ সীমা সমস্যাৰ চুক্তি
Share on FacebookShare on Twitter

মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত স্বাক্ষৰিত হ’ল অসম- মেঘালয়ৰ বহু দশক ধৰি চলি অহা সীমা সমস্যা । এই সমস্যা সমাধানৰ বাবে মঙলবাৰে এক বিশেষ চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে চুক্তিখনত ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ উপস্থিতিত চুক্তিখন স্বাক্ষৰিত হয় । উল্লেখ্য যে,ইয়াৰ পূৰ্বে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত মন্ত্ৰণালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱো দাখিল কৰিছিল ৷

উল্লেখ্য যে,৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ বাবে প্ৰস্তাৱিত পৰামৰ্শ অনুসৰি,অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখিব আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ক এৰি দিব ৷ অসম আৰু মেঘালয়ৰ মাজত এই চূড়ান্ত চুক্তিখন সম্পন্ন হোৱাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ বহু দিনধৰি অমীমাংসিত হৈ আছে ৷ এই ভূমি বিবাদ ১৯৭২ চনত মেঘালয় অসমৰ পৰা পৃথক হোৱাৰে পৰা চলি আহিছে ।

Previous Post

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

Next Post

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
যোৰহাটত মূল্যবৃদ্ধিৰ  প্ৰতিবাদ

যোৰহাটত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ

বিলাসী গাড়ীসহ ১১০খন বাহনৰ বিৰুদ্ধে গোচৰ তৰি ৩৫খন জব্দ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8