• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁৱৰ পৰা বদলি কৰা হ’ল ‘লেডি ডাবাং’ জোনমণিক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 12, 2022
in News, অসম, সংবাদ
0
নগাঁৱৰ পৰা বদলি কৰা হ’ল ‘লেডি ডাবাং’ জোনমণিক
Share on FacebookShare on Twitter

বিতৰ্কৰ শীৰ্ষত উপনীত হৈছে‘লেডি ডাবাং’ হিচাপে পৰিচয় লাভ কৰা এছ আই জোনমণি ৰাভা । জোনমণিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগৰ আঙুলি উত্থাপন হোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এনে প্ৰতিক্ৰিয়াৰ মাজতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাৱে বদলি কৰা হৈছে জোনমণি ৰাভাক।

উল্লেখ্য যে যোৱা ৪ মে’ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক ৰাণা প’গাগক। এই ৰাণা প’গাগৰ সৈতে আছিল এছ আই জোনমণি ৰাভাৰ সম্পৰ্ক। দুয়োৰে বিয়া হোৱাৰ কথা আছিল। ৰাণা প’গাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া বুলি পৰৰৱৰ্তী সময়ত জোনমণিয়ে ভাৱি স্বামী ৰাণাক জে’ললৈ প্ৰেৰণ কৰিছিল।

ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ। ইয়াৰ মাজতে ৰাণা জেললৈ যোৱাৰ পিছত এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ। প্ৰৱঞ্চনাৰ বলি হোৱা মাজুলীৰ অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰৱঞ্চনাৰ গোচৰ। জোনমণি আৰু প্ৰৱঞ্চিত ঠিকাদাৰৰ মাজত মোবাইলত হোৱা ধনৰ লেনদেনৰ এক কল ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পিছতে নগাঁৱৰ আৰক্ষী অধিক্ষক লীনা দলেয়ে বুধবাৰে সাংবাদিকৰ আগত মন্তব্য কৰে যে, “প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আমি সাঁজু। আৰক্ষী বিষয়া হ’ল বুলিয়ে কাকো ৰেহাই দিয়া ন’হব। কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ’ ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে। তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম।”

ইফালে জোনণি ৰাভাৰ একাউণ্টৰ মাধ্যমেৰে ধনৰ লেনদেন হোৱাৰ তথ্য প্ৰকাশ পাইছে। জোনমণিৰ একাউণ্টত প্ৰদান কৰিছিল বহু ধন। জোনমণিয়ে ভাৱি স্বামী ৰাণা প’গাগৰ লগ লাগি প্ৰায় কোটিৰ ঘৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগ, বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা জোনমণি ৰাভাই কলিয়াবৰত যোগদান কৰিছে।

Previous Post

১৪ মে’ত ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত পৰিব চৰকাৰী নিযুক্তি পত্ৰ!

Next Post

অৱশেষত গুগল অনুবাদত সংযোজন হ’ল অসমীয়া ভাষা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অৱশেষত  গুগল অনুবাদত সংযোজন হ’ল অসমীয়া ভাষা

অৱশেষত গুগল অনুবাদত সংযোজন হ'ল অসমীয়া ভাষা

৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

ঐতিহাসিক পদক্ষেপ! ১৫২ বছৰীয়া পুৰণি ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত

ঐতিহাসিক পদক্ষেপ! ১৫২ বছৰীয়া পুৰণি ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8