• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম চাহ কৰ্মচাৰী সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 20, 2022
in News, অসম, সংবাদ
1 min read
0
অসম চাহ কৰ্মচাৰী সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
Share on FacebookShare on Twitter

আজি সৰুচৰাই চাহ বাগিছাত অনুষ্ঠিত হয়, অসম চাহ কৰ্মচাৰী সংঘৰ পশ্চিম যোৰহাট উপ শাখাৰ বাৰ্ষিক সাধাৰণ সভা l যোৰহাট জিলাৰ বাৰ খন চাহ বাগিচাৰ স্থায়ী কৰ্মচাৰীৰ লগতে সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাৰ উপস্থিতিত আৰু দ্বীপেন পাটনায়কৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় l এই সভাত বিভিন্ন চাহ বাগিচাৰ পৰা অহা প্ৰতিনিধি সকলে চাহ কৰ্মচাৰী সকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ আলোচনা আৰু পৰ্য্যালোচনা কৰে l চাহ বাগিচাৰ মালিক পক্ষৰ ওচৰত ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে l উল্লেখযোগ্য যে, অনুষ্ঠানটোৰ পুৱা পতাকা উত্তোলন কৰে অসম চাহ কৰ্মচাৰী সংঘৰ সৰুচৰাই চাহ বাগিচাৰ প্ৰাথমিক গোটৰ চমৰা বাউৰী আৰু লগতে স্মৃতি তৰ্পণ কৰে সৰুচৰাই চাহ বাগিচাৰ পৰিচালক অপূৰ্ব শৰ্মাই l

উক্ত অনুষ্ঠানত যোৰহাট শাখাৰ সম্পাদক গণেশ চন্দ্ৰ বৰা,যোৰহাট শাখাৰ উপসভাপতি লক্ষ্মী চৰণ তাঁতী,যোৰহাট শাখাৰ উপ সভাপতি উৎপল শইকীয়া, যোৰহাট উপ শাখাৰ উপসভাপতি কেশৱ বুঢ়াগোহাঁই, যোৰহাট উপশাখাৰ সহ সম্পাদক ললিত শইকীয়া, যোৰহাট উপ শাখাৰ সভাপতি প্ৰবীণ বৰা,মৰিয়নি উপশাখাৰ সম্পাদক সমীৰণ গগৈ,যোৰহাট উপ শাখাৰ সম্পাদক ৰাজেন শৰ্মা আৰু টীয়ক চাহ বাগিছাৰ কৰ্মচাৰী তথা প্ৰাক্তন সহ সম্পাদক হীৰেন বৰা সহ বহু কেইগৰাকী লোক উপস্থিত থাকে l

এই অনুস্থানটোক সাফল্য মণ্ডিত কৰিতোলাত উদযাপন কমিটিৰ সাধাৰণ সম্পাদক ৰমেন দত্তৰ লগতে সদস্যই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে l পশ্চিম যোৰহাট উপশাখাৰ সংস্কৃকিক সম্পাদক ৰফিক আলিয়ে অনুষ্ঠানত উপস্থিত ৰাইজক দুটি সুন্দৰ গীতেৰে দৰ্শক সকলক বিশেষ আমোদ দিয়ে l এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃতি ছাত্ৰ ছাত্ৰী আৰু অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলক সম্বৰ্ধনা জনোৱা হয় l

Previous Post

নিউজ বাতৰি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে!

হিমন্তৰ পাল্লাত পৰা সকলো নেতাৰ কেৰিয়াৰ ধ্বংস হৈছে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8