• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 14, 2022
in News, অসম, আন্তৰ্জাতিক, জীৱনশৈলী, মনোৰঞ্জন, সংবাদ
1 min read
0
গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
Share on FacebookShare on Twitter

মঙলবাৰে ভাৰতৰ চৰকাৰৰ পৰা অসমৰ পৰম্পৰাগত বস্ত্ৰ ‘গামোচা’য়ে ভৌগোলিক সংকেত (জিআই) স্বীকৃতি অৰ্জন কৰিছে। এতিয়াৰে পৰা ইয়াৰ অননুমোদিত ব্যৱহাৰ প্ৰতিহত কৰিবলৈ গামোচায়ে আইনী সুৰক্ষা লাভ কৰিব।
16 অক্টোবৰ 2017 তাৰিখে অসমৰ গোলাঘাট জিলাৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানৰ দ্বাৰা জিআই ৰেজিষ্ট্ৰীত গামোচাৰ বাবে আবেদন দাখিল কৰা হৈছিল । গামোচাক অসম সম্প্ৰদায়ৰ অন্যতম বিশিষ্ট সাংস্কৃতিক পৰিচয়দাতা হিচাপে গণ্য কৰা হয়।

ভৌগোলিক ইংগিত (জিআই) হৈছে এক নিৰ্দিষ্ট ভৌগোলিক অৱস্থান বা উৎপত্তিৰ সৈতে খাপ খোৱা সামগ্ৰীৰ ওপৰত ব্যৱহৃত এক টেগ বা চিহ্ন। অসমীয়াৰ স্বাভিমান, হেপাঁহৰ গামোচাখনলৈ ভৌগোলিক স্বীকৃতি দানত অসমৰ শিপিনীসকল উৎসাহিত হৈছে। স্বাভাৱিকতে অসমৰ শিপিনীয়ে মৰমৰ, হেপাঁহৰ দিগ-বাণীৰে প্ৰস্তুত কৰা অসমীয়াৰ স্বাভিমান স্বৰূপ গামোচাৰ বজাৰখনলৈ বৰ্হিৰাজ্যৰ গামোচাই অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে ভৌগোলিক সূচক স্বীকৃতি লাভ কৰা খবৰে উৎফুল্লিত কৰিছে সকলোকে। অসমীয়া ঐতিহ্য আৰু সংস্কৃতিৰ বাহক, অসমীয়াৰ স্বাভিমান গামোচাৰ এই প্ৰাপ্তিত বিশেষত: শিপিনীসকল উৎসাহিত হৈছে। কোনোধৰণৰ মানদণ্ড নথকা বহিৰাগত গামোচাৰ প্ৰকৃত মৰ্যদা হ্ৰাস কৰাৰ সময়ত আজি অসমীয়া গামোচায়ে পোৱা স্বীকৃতিয়ে অসমবাসীক উৎফুল্লিত কৰি তুলিছে।লগতে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি নেতৃস্থানীয় ব্যক্তিসকলে গামোচাখন বিভিন্ন অনুস্থানত নিজৰ কান্ধত লৈ যি সন্মান প্ৰদৰ্শন কৰি আহিছে সেয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰি গামোচাক GI স্বীকৃতিৰ বাবে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে।

Tags: @himanta_bishwa_sharmah#GI#Headline8#narendramodiGamosa
Previous Post

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Next Post

কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!

মহানগৰীত জব্দ নকল সোণৰ নাও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8