• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পন্ন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 24, 2022
in News, others, অসম, উত্তৰ পূৰ্বাঞ্চল, বিবিধ, সংস্কৃতি, স্বাস্থ্য
1 min read
0
বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পন্ন
Share on FacebookShare on Twitter

বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাদেৱৰ আজি শেষকৃত্য সম্পন্ন হয় ৷ সত্ৰৰ খটখটিৰ পূব পাৰত দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰে দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া  ৷ বৰপেটা সত্ৰত আজি বশিষ্ঠ দেৱশৰ্মাদেৱৰ শেষকৃত্যত হাজাৰ হাজাৰ গুণমুগ্ধৰ ভিৰ হয় । বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত শোকত ম্ৰিয়মান ৰাজ্যবাসী ৷

 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই  । ২০০৭ চনত বশিষ্ঠ দেৱ শৰ্মাই বুঢ়াসত্ৰীয়া হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল । ৮৪ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ বশিষ্ঠ দেৱশৰ্মাদেৱে ।দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল বশিষ্ঠ দেৱ শৰ্মা ।তেখেতক বহুদিন ধৰি কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছিল ।

তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

 

 

Tags: #assamese culture#Headline8#himanta biswa sharmaMajuli
Previous Post

সৈনিকসকলৰ সৈতে দীপোৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Next Post

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

১৫ লাখ বন্তিৰে সজাই তোলা হ'ল অযোধ্যাক

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ’ব সূৰ্যগ্ৰহণ!

আজি ৪ ঘণ্টা ৩ মিনিট ধৰি হ'ব সূৰ্যগ্ৰহণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8