• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in News, অসম, মনোৰঞ্জন, সংবাদ
1 min read
0
ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা
Share on FacebookShare on Twitter

বহাগ পালেহিয়েই । সমগ্ৰ ৰাজ্যজুৰি এতিয়া অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ৷ গোলাঘাটৰো চেলেঙী গাৱৰ জ্ঞানোদয় মঞ্চই ২০ ৰ পৰা ২৯ মাৰ্চলৈ অয়োজন কৰা ১০ দিনীয়া বিহু কৰ্মশালা মঙলবাৰে সফলতাৰে সমাপ্ত হয় ৷

চেলেঙী ক্লাৱ প্ৰাঙ্গণত আৰম্ভ হোৱা এই কৰ্মশালাত প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷ এই কায্যসূচী নিয়াৰিকৈ চলাই যাবৰ বাবে ইতিপূৰ্বে ধনীৰাম গগৈ ,ফনিধৰ ফুকন, বদন গগৈক উপদেষ্টা,উমা গগৈক সভাপতি ,ৰাজীৱ গগৈ আৰু বিজিত ফুকনক যুটীয়া সম্পাদক দিপাঙ্কৰ ফুকনক সাংস্কৃতিক সম্পাদক হিচাপে লৈ গঠন কৰা ১৭ জনীয়া সমিতি খনে সুন্দৰকৈ কৰ্মশালাখন পৰিচালনা কৰে ৷

উল্লেখ্য যে, অনুষ্ঠানত প্ৰশিক্ষক হিচাপে থাকে বিহু সম্ৰাট তৰুণ কোঁৱৰ ,মহিলা প্ৰশিক্ষক হেপিমণি হাজৰিকা ,সহ প্ৰশিক্ষক মৌচুম হাজৰিকা আৰু কৰুণা গগৈয়ে প্ৰশিক্ষণ দিলে ন-শিকাৰু সকলক ৷ সামৰণি অনুষ্ঠানত হুচৰি প্ৰদৰ্শনেৰে বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱা হয় ৷

Previous Post

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

Next Post

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8