• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in News, অসম, ৰাজনীতি, সংবাদ
1 min read
0
বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ
Share on FacebookShare on Twitter

বৰপেটা সত্ৰত উপস্থিত হয় ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। গগৈয়ে বৰপেটা সত্ৰ নিশ্চিতভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ যোগ্য বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু চৰকাৰে ঐতিহ্য ক্ষেত্ৰ কৰাৰ বাবে যিখিনি কাম কৰিব লাগিছিল সেই খিনি কৰিব পৰা নাই বুলি অভিযোগ কৰে।

তেওঁ সত্ৰত থকা সাঁচিপাতৰ পুথি আৰু সম্পদসমূহ বিজ্ঞানসম্মতভাৱে সংৰক্ষণৰ বাবে আহ্বান জনায়। বৰপেটা সত্ৰত নিৰ্মীয়মাণ মিউজিয়ামটো সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰাৰো আহ্বান জনায় গগৈয়ে।

আনহাতে,সাম্প্ৰতিক বান পৰিস্থিতিক লৈও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মৰণপণ যুঁজ দি হ’লেও অসমীয়া ৰাইজে অৰুণাচলৰ সৰু-বৰ সকলো জলবিদ্যুৎ প্ৰকল্প বন্ধৰ বাবে সংগ্ৰাম কৰিব লাগিব বুলি উল্লেখ কৰি অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক বচাবলৈ এয়া অপৰিহাৰ্য বুলি কয় ৷

শিলসাঁকোত চলি থকা উচ্ছেদক লৈও মন্তব্য কৰে অখিল গগৈয়ে। ইপিনে উচ্ছেদ বন্ধ নহ’লে অহা ২৩ মে’ত উচ্ছেদ বন্ধৰ দাবীত চচলৰ পৰা দিছপুৰ লাষ্টগেটলৈ প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ দিয়ে অখিল গগৈয়ে ৷ বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই ৷ সেয়ে তেওঁলোকৰ যি ইচ্ছা তাকেই কৰিবলৈ লৈছে ৷

ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন আনি শাসন কৰিবৰ বাবে সকলো কাম কৰিছে ৷ বিজেপি চৰকাৰৰ প্ৰত্যেকটো কামৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণৰ কথাও ঘোষণা কৰে অখিল গগৈয়ে ৷ ধৰ্মীয় উন্মাদনা সৃষ্টিৰে মূল্যবৃদ্ধিৰ দৰে সমস্যাসমূহৰ ক্ষেত্ৰতো মাত মাতিব নোৱৰা অৱস্থাৰ সৃষ্টি কৰিছে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক ওলাই অহাৰ আহ্বান অখিল গগৈৰ৷ ইপিনে আপৰ উত্থানক লৈও মন্তব্য অখিল গগৈৰ,আপক শুভেচ্ছা জ্ঞাপন অখিল গগৈৰ ৷ সমাজৰ আটাইতকৈ ডাঙৰ শত্ৰুক ভেটিবৰ বাবে সময়ত প্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ইংগিত অখিল গগৈৰ ৷

Previous Post

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

Next Post

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

পানীৰ তলত বিদ্যালয়! দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ পিছুৱাবলৈ অনুৰোধ প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8