• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in News, অসম, ক্ৰাইম, সংবাদ
0
নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
Share on FacebookShare on Twitter

জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতা। নলবাৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ মঙলবাৰে নিশা জিলাখনৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ ৷ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অৰ্ধগলিত নৱজাতকৰ মৃতদেহটো ।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ তথ্য অনুসৰি, প্ৰথমে স্থানীয় ৰাইজে পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো ৷ তাৰ পাচতেই খবৰ দিয়া হয় আৰক্ষীক ৷

খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় ঘগ্ৰাপাৰ আৰক্ষীৰ এটা দল ৷ তাৰ পাচতেই আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো ৷উল্লেখ্য যে, বাতৰি যুগুত কৰা পৰলৈকে নৱজাতকটিৰ মৃতদেহটো কোনে, কি কাৰণত পেলাই থৈ গ’ল,সেয়া স্পষ্ট হোৱা নাই । ইফালে আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷

Previous Post

আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ আৰম্ভ

Next Post

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! - বিস্ফোৰক অভিযোগ

বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8