ছাত্ৰ-ছাত্ৰীসকল, আপোনালোকে বাছত অতিৰিক্ত ভাড়া আদায় দিছে নেকি?
এতিয়াৰে পৰা আৰু নভৰিব অতিৰিক্ত ভাড়া
মহানগৰ পৰিবহণ বিভাগে ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াইছে বিশেষ সকাহ!
বাছত অতিৰিক্ত ভাড়া আদায় নিদিব, তাৰ পৰিৱৰ্তে টল ফ্ৰী নাম্বাৰত অভিযোগ দিয়ক, এই আহ্বান কামৰূপ মহানগৰ পৰিবহন বিভাগৰ।
9531107482 এই নম্বৰত ফোন কৰি বাছ বা ট্ৰেকাৰৰ নম্বৰ জনালেই, সংশ্লিষ্ট বাছ/বাহনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে বিভাগটোৱে।