• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

GMC Election 2022 : কোনে মাৰিব শেষ হাঁহি?

নিউজ ডেস্ক by নিউজ ডেস্ক
April 24, 2022
in News, অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
0
GMC Election 2022 : কোনে মাৰিব শেষ হাঁহি?
Share on FacebookShare on Twitter

দেওবাৰে ঘোষণা কৰা হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ৷ ইতিমধ্যে পুৱা ৮ বজাৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷

উল্লেখ্য যে, ২২ এপ্ৰিলত অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ এই ভোটগণনাক কেন্দ্ৰ কৰি দেওবাৰে পুৱাৰে পৰা প্ৰাৰ্থীসকলে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচনৰ ভোটগ্ৰহণ ৷গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে দখল কৰিছিল তিনিটাকৈ ৱাৰ্ড ৷ শুকুৰবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫২.৮২ শতাংশ ৷ তদুপৰি এইবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷এই নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ইয়াৰে ভিতৰত আছিল বিজেপিৰ ৫০ গৰাকী, মিত্ৰজোঁট অগপৰ ৭ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, আপৰ ৩৮ গৰাকী, এজেপিৰ ২৫ গৰাকী আৰু চিপিআইএমৰ ৪ গৰাকী প্ৰাৰ্থী ।

Previous Post

চেংকন

Next Post

পৌৰ নিগম নিৰ্বাচনৰ ফলাফল: কোন , ক’ত জিকিল?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পৌৰ নিগম নিৰ্বাচনৰ ফলাফল: কোন , ক’ত জিকিল?

পৌৰ নিগম নিৰ্বাচনৰ ফলাফল: কোন , ক’ত জিকিল?

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটীৰ ৫৮ টা ৱাৰ্ডেই দখল কৰিলে মিত্রজোটে

গুৱাহাটীৰ ৫৮ টা ৱাৰ্ডেই দখল কৰিলে মিত্রজোটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8