• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in News, অসম, আন্তৰ্জাতিক, বিবিধ, ৰাষ্ট্ৰীয়, স্বাস্থ্য
1 min read
0
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই
Share on FacebookShare on Twitter

দীপাৱলীক লৈ দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে আন এক উদ্বেগজনক খবৰ । দেশৰ কোনো কোনো স্থানত পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে ।

 

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ ৮৬২ টা নতুন ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে দেশত সংক্ৰমিত হোৱা লোকৰ মুঠ সংখ্যা ৪,৪৬,৪৪,৯৩৮ লৈ বৃদ্ধি হৈছে । ক’ভিড সংক্ৰমণৰ ফলত দেশত মৃত্যু হৈছে ৫,২৮,৯৮০ গৰাকী লোকৰ ।
মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯ লৈ হ্ৰাস পাইছে । আনহাতে যোৱা ২৪ ঘণ্টাত তিনিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত ৰোগীৰ দুগৰাকীয়ে কেৰালাৰ বুলি জানিব পৰা গৈছে ।

 

দেশত যোৱা ১১ এপ্ৰিলত সৰ্বনিম্ন ৭৯৬ টা ক’ভিডৰ ঘটনা পোহৰলৈ আহিছিল । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ হৈছে ৯৮.৭৬ শতাংশ । যোৱা ২৪ ঘণ্টাত, ৬৪৪ গৰাকী লোক আৰোগ্য হোৱা বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দৈনিক আক্ৰান্তৰ হাৰ ১.৩৫ শতাংশ, আনহাতে সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.০২ শতাংশ । ইফালে দেশত আৰোগ্য লোকৰ সংখ্যা ৪,৪০,৯৩,৪০৯ লৈ বৃদ্ধি হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত মৃত্যুৰ হাৰ ১.১৮ শতাংশ ।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশজুৰি ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ২১৯.৫৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ভাৰতৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ২০২০ চনৰ ৭ আগষ্টত আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ । ২০২০ চনৰ ১৯ ডিচেম্বৰত দেশত সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম কৰিছিল । সংক্ৰমিত লোকৰ সংখ্যা যোৱা বছৰৰ ৪ মে’ত দুই কোটি আৰু ২৩ জুনত তিনি কোটি অতিক্ৰম কৰিছিল । চলিত বৰ্ষৰ ২৫ জানুৱাৰীত সংক্ৰমণৰ সংখ্যা ৪ কোটি অতিক্ৰম কৰিছিল ।

Tags: #Headline8#himanta bishwa sharmaAssamcovidhealthKeshab Mahanta
Previous Post

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

Next Post

ভয়াবহ ৰূপত ছিট্ৰাং

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভয়াবহ ৰূপত ছিট্ৰাং

ভয়াবহ ৰূপত ছিট্ৰাং

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8