• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক’ভিড টেষ্ট

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2022
in News, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
এতিয়াৰে পৰা ঘৰতে কৰিব পাৰিব ক’ভিড টেষ্ট
Share on FacebookShare on Twitter

দেশ তথা ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত লোকৰ সংখ্যা । ক’ৰণাৰ নতুন ভেৰিয়েন্ট অমিক্ৰণৰ সংক্ৰমণে প্ৰতিদিনে বাঢ়িছে। স্বাস্থ্যমন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, স্বাস্থ্যৰ অৱনতি নহ’লে, ক’ৰণাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।
এতিয়াৰ পৰা ঘৰতে ক’ৰণা পৰীক্ষা কৰিব পাৰিব সাধাৰণ লোকে। ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে ঘৰতে বহি ক’ৰণা পৰীক্ষা কৰাৰ কিট কোভিছেল্ফক অনুমোদন জনাইছে।

এই কিটৰ জৰিয়তে সাধাৰণ মানুহে মাত্ৰ ২৫০ টকা খৰচ কৰিয়েই ক’ৰণা পৰীক্ষা কৰিব পাৰিব। এই ক’ৰণা পৰীক্ষাৰ বাবে বিশেষ বিজ্ঞপ্তি জাৰি কৰিছে ICMR-এ।
উল্লেখ্য যে, সঠিক তথ্য প্ৰকাশ পোৱাৰ ক্ষেত্ৰত এই কিট ক্ৰয়ৰ সময়ত মুম্বাই প্ৰশাসনে কিছু নতুন নিয়ম জাৰি কৰিছে। ঘৰত টেষ্ট কৰাৰ পিছত ক’ৰণা পজিটিভ হলে, তেতিয়া সেই তথ্যৰ পৰাই অনলাইনত আপডেট কৰিব পাৰিব স্বাস্থ্য বিভাগে।

Previous Post

২৪ ঘণ্টাত দেশত ২.৫৮ লাখ কভিডত আক্ৰান্ত, আমিক্ৰণ সংক্ৰমণৰ ঘটনা ৮,২০৯টা লৈ বৃদ্ধি

Next Post

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ; ৯ মাহত জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটি

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি

গুৱাহাটীত আটাছুৰ নৱনিৰ্মিত কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত আটাছুৰ নৱনিৰ্মিত কেন্দ্ৰীয় কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8