• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাৱধান! বজাৰৰ পকা আম দেখি লোভ নকৰিব

নিউজ ডেস্ক by নিউজ ডেস্ক
May 18, 2022
in News, জীৱনশৈলী, সংবাদ, স্বাস্থ্য
1 min read
0
সাৱধান! বজাৰৰ পকা আম দেখি লোভ নকৰিব
Share on FacebookShare on Twitter

আমৰ বতৰ আহিছে যদিও, আম পকাৰ সঠিক সময় এতিয়াও অহা নাই। অৱশ্যে, বজাৰত ইতিমধ্যে পকা আম আছে। নিখুঁত আমৰ বাহিৰৰ ৰং দেখি সকলোৱে আম খাব বিচাৰে। বিশেষজ্ঞসকলৰ মতে, সময়ৰ আগতে পকা আম অত্যাধিক খোৱাটো শৰীৰৰ বাবে বিপদজনক।

কাৰণ, সেইবোৰ প্ৰাকৃতিকভাৱে পকা আম নহয়। সেইবোৰ আম কৃত্ৰিমভাৱে পাকোৱা হয়। সময়ৰ আগতে উচ্চ মূল্যত মানুহক বিক্ৰী কৰিবলৈ আমবোৰ কৃত্ৰিমভাৱে পকোৱা হয়। আমবোৰ কৃত্ৰিমভাৱে পকোৱাৰ ক্ষেত্ৰত কেলচিয়াম কাৰ্বাইড বিশেষভাৱে ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, যদি এনে ৰাসায়নিক পদাৰ্থ শৰীৰত অত্যাধিক প্ৰৱেশ কৰে, তেন্তে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে। আম এটা কৃত্ৰিমভাৱে পকোৱা বুলি আমি কেনেকৈ চিনাক্ত কৰিব পাৰিম? আপুনি জানেনে ?

১) আম অতি মিঠা ফল। কিন্তু, কাৰ্বাইড দিয়া আমবোৰ মিঠা নহয়। এনে আম খোৱাটো সুস্বাদু নহয়।

২) কৃত্ৰিমভাৱে পকা আমৰ খোলাবোৰ ইমান কঠিন যে খোৱাৰ পিছত, সেইবোৰ দাঁতৰ মাজৰ ফাঁকত আবদ্ধ হৈ পৰে। এনেধৰণৰ আম খোৱাৰ পিছত মুখত খজুৱতি ও হব পাৰে।

৩) প্ৰাকৃতিকভাৱে পকা আমৰ খোলাবোৰ হালধীয়া ৰঙৰ হয়। কিন্তু, কাৰ্বাইড দিয়া আমৰ খোলাটো হালধীয়া ৰঙৰ নহয়।

৪) কৃত্ৰিমভাৱে পকা আমৰ ৰং তুলনামূলক ভাৱে অধিক উজ্জ্বল হালধীয়া ৰং দেখুৱায়।

৫) যদিহে কেলচিয়াম কাৰ্বাইড আমত মিহলি কৰা হয়, তেন্তে ফলৰ ওপৰত সেউজীয়া দাগ থাকিব।

Previous Post

কংগ্ৰেছ দলৰ পৰা নিলম্বিত হ’ল প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ‘পাগল’-‘গাধ’ আখ্যা দিলে নীলমণিয়ে

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল'-'গাধ' আখ্যা দিলে নীলমণিয়ে

হাফলঙলৈ ৰাওনা হ’ব মন্ত্রী যোগেন মহন আৰু মন্ত্রী বিমল বৰা

হাফলঙলৈ ৰাওনা হ’ব মন্ত্রী যোগেন মহন আৰু মন্ত্রী বিমল বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8