• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in News, জীৱনশৈলী, প্ৰযুক্তি, সংবাদ
1 min read
0
ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?
Share on FacebookShare on Twitter

দৈনন্দিন জীৱনত ব্যস্ততা বৃদ্ধিহোৱাৰ সময়ত বহু সংখ্যক লোকে অনলাইন বস্তু সামগ্ৰী ক্ৰয়ত অধিক আৰামদায়ক অনুভৱ কৰে। চুইগি বা জোমাটোৰ দৰে দেশীয় কোম্পানীৰ এপৰ সহায়ত সকলোৱে অনলাইন অৰ্ডাৰ দি ঘৰত থাকিয়ে খাদ্য প্ৰাপ্ত কৰিব পাৰে। এইবাৰ কেৱল খাদ্যই নহয় ঔষধৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীও, ড্ৰোনৰ সহায়ত কেইমিনিটমানৰ ভিতৰতে ঘৰতে বিতৰণ কৰা হ’ব।

এই প্ৰচেষ্টাটো কাৰ্যকৰী কৰাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলায় আছে। কেইবাবাৰো, ড্ৰোন ব্যৱহাৰ কৰি ঔষধ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰি ব্যৱস্থাটো পৰীক্ষা কৰা হৈছে। ডিচেম্বৰ মাহত, ৩০০ ৰো অধিক ড্ৰোন পৰীক্ষা কৰা হৈছিল। অৱশেষত, এই সেৱাটো এই বছৰৰ মে’ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰা হৈছে। কিন্তু, প্ৰথমেই এই প্ৰকল্পটো ভাৰতৰ সকলোবোৰ চহৰতে আৰম্ভ কৰিব নোৱাৰি। চুইগিয়ে বৰ্তমানৰ বাবে বেংগালুৰু আৰু দিল্লীত ড্ৰোনৰ সহায়ত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ কাম আৰম্ভ কৰিব।

অৱশ্যে, এই ড্ৰোন-ডেলিভাৰী সেৱাই সামগ্ৰীবোৰ পোনপটীয়াকৈ গ্ৰাহকৰ ঘৰলৈ প্ৰদান নকৰিব। ইয়াৰ পৰিৱৰ্তে, ড্ৰোন-ডেলিভাৰী সেৱাই ই-দোকানৰ পৰা ডাৰ্ক-ষ্টোৰলৈ সামগ্ৰীবোৰ লৈ যাব। ডাৰ্ক-ষ্টোৰ হৈছে গ্ৰাহকৰ ঘৰৰ ওচৰত থকা ষ্টোৰ। তাৰ পৰা, ডেলিভাৰী কৰা ব্যক্তিজনে সামগ্ৰীবোৰ সংগ্ৰহ কৰি সেইবোৰ গ্ৰাহকৰ ঘৰলৈ প্ৰদান কৰে।

Previous Post

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

Next Post

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
News

Viksit Bharat Sankalp Yatra continues its journey promoting inclusive development

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
Viksit Bharat Sankalp Yatra was held at Sissiborgaon Block of Dhemaji
News

Viksit Bharat Sankalp Yatra was held at Sissiborgaon Block of Dhemaji

December 2, 2023
The Viksit Bharat Sankalp Yatra held at Dhemaji District
News

The Viksit Bharat Sankalp Yatra held at Dhemaji District

December 2, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
Next Post
বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8