- দেশৰ বিভিন্ন ৰাজ্যক বানে বিধস্ত কৰাৰ পিছতে, এতিয়া দেশৰ প্ৰায়বোৰ ৰাজ্যতে খৰাঙে দেখা দিছে।
- ঝাৰখণ্ডতো দেখা দিছে খৰাঙে দেখা দিছে।
- ২০২২ চনত দেশৰ আন প্ৰান্তৰ লগতে ঝাৰখণ্ডতো প্ৰায় ৫১ শতাংশ বৰষুণ হ্ৰাস পাইছে।
- ইয়াৰ ফলতে, এইবাৰ ঝাৰখণ্ডত ১০ শতাংশতকৈও কম খেতি উত্পাদন হৈছে।
- এই ক্ষেত্ৰত চৰকাৰৰ কোনো কাণসাৰ নাই।
- স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূতিৰ বাবে দেশত উলহ-মালহেৰে উদযাপন কৰিবলৈ ওলোৱা “স্বাধীনতাৰ অমৃত মহোত্সৱে” কোনো পধ্যেই চুই যাব পৰা নাই ঝাৰখণ্ডৰ কৃষকসকলক।
- ইয়াৰ পূৰ্বেও ২০১৩, ২০১৮ আৰু ২০১৯ চনত ঝাৰখণ্ডই খৰাঙৰ সন্মুখীন হৈছিল যদিও ২০২২ চনৰ খৰাঙে ৰাজ্যখনৰ সকলোতকৈ বেছি ক্ষতি কৰিছে।