• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছে বাৰিষাৰ বানে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in News, অসম, সংবাদ
1 min read
0
ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছে বাৰিষাৰ বানে
Share on FacebookShare on Twitter

বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল ৷ বানে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ ফলত বহিঃবিশ্বৰ লগত বহু অঞ্চলৰ সংযোগ বিচ্ছিন্ন হৈছে ৷

নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰে’ল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে । বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত পাঁচজন জন লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । নলবাৰীত মৰা পাগলাদিয়াই তাণ্ডৱ চলাইছে ।

বানে বুৰাইছে বিস্তীৰ্ণ অঞ্চল । বাঢ়ন পানীয়ে উটুৱাই নিলে পাগলদিয়া নৈৰ মথাউৰিও । ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৷ শংকিত হৈ পৰিছে গাওঁবাসী ৷ৰঙাপৰাত পথৰ ওপৰতে বাগৰি পৰিল গছ৷ ফলত ব্যাহত হৈ পৰিল যাতায়ত ৷ গছ বাগৰি পৰাৰ ফলত পথৰ দুয়োকাষে আবদ্ধ হৈ পৰে বহু বাহন ।

মঙলদৈত নেৰানেপেৰা বৰষুণৰ ফলত চিগা মথাউৰিয়ে ভাবুকিৰ সৃষ্টি কৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত নোৱা নৈৰ মথাউৰিৰ একাংশ চিঙি যোৱাত পানীত বুৰ গৈছে ঘাইপথ ৷ ইয়াৰোপৰি বাঢ়নি পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ প্ৰশাসনৰ লোক, জনপ্ৰতিনিধিয়ে পৰিস্থিতিৰ বুজ নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

আনহাতে, নীপকোৱে ৰঙানদী আৰু উমৰংছ’প্ৰকল্পৰ কপিলী আৰু খানদং বান্ধৰ গেইট খুলি দিয়াৰ ফলত দুয়োটা প্ৰকল্পৰ নামনি অংশ হৈ পৰিছে জলমগ্ন । ভৰ বাৰিষাৰ পূৰ্বেই ৰাজ্যত বানে সৃষ্টি কৰা এই বিভীষিকাৰ লগত ৰাজ্য চৰকাৰে কিদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব ৷

Previous Post

মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই

Next Post

হাফলঙত অবৰ্ণনীয় পৰিস্থিতিঃ চাৰি-পাঁচদিন ধৰি ব্যাহত বিদ্যুৎ সংযোগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হাফলঙত অবৰ্ণনীয় পৰিস্থিতিঃ চাৰি-পাঁচদিন ধৰি ব্যাহত বিদ্যুৎ সংযোগ

হাফলঙত অবৰ্ণনীয় পৰিস্থিতিঃ চাৰি-পাঁচদিন ধৰি ব্যাহত বিদ্যুৎ সংযোগ

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ তৎপৰ CBI

ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

ছয়গাঁও মহাবিদ্যালয়ত সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8