• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চেন্নাইত সন্ধান ওলাইছে জি এম তি এইচৰ পৰা অপহৃত শিশু

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2022
in News, অসম, ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
চেন্নাইত সন্ধান ওলাইছে  জি এম তি এইচৰ পৰা অপহৃত শিশু
Share on FacebookShare on Twitter

মহানগৰ ক্ৰাইম বাঞ্চে সোমবাৰে নিশা চেন্নাইৰ এখন হোটেলত অভিযান চলায় উদ্ধাৰ কৰে জি এম চি এইচৰ পৰা যোৱা ১৩ এপ্ৰিলৰ পুৱাজি এম চি এইচৰ পৰা অপহৰণ কৰা হৈছিল এটা ৭মহীয়া কণমানিক। চিকিৎসাধীন অৱস্থাত থকা কণমানিটোক এগৰাকী মহিলাই অপহৰণ কৰি নিয়াৰ দৃশ্যাংশ বন্দী হৈ ৰৈছিল CCTV কেমেৰাত ৷ অপহৰণৰ প্ৰায় ১০টা দিন উকলি যোৱাৰ পিছতো অপহৃত শিশুটোৰ সন্ধান উলিয়াব নোৱৰা মহানগৰৰ ক্ৰাইম বাঞ্চে অপহৰণকাৰী মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰিছিল সংবাদমাধ্যমৰ আগত ৷

কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য মতে,কণমানিটোক অপহৰণ কৰিয়ে বিক্ৰী কৰি দিছিল শুৱালকুছিৰ এটা পৰিয়ালক৷ পৰিয়ালটোৱে শিশুটি ক্ৰয় কৰাৰ কথা অচিনাক্ত এগৰাকী মহিলাই খবৰ দিছিল অপহৃত শিশুটিৰ পিতৃ-মাতৃক ৷ পিতৃ মাতৃয়ে লগে লগে আৰক্ষীক খবৰ দিছিল ৷

আৰক্ষীয়ে অভিযান চলাই মানে দম্পতীটোৱে চিকিৎসাৰ বাবে উৰা মাৰিছিল চেন্নাইলৈ ৷ লগত লৈ গৈছিল শিশুটিৰ লগতে অপহৰণ কৰি নিয়া মহিলাগৰাকীক ৷ মহানগৰ ক্ৰাইম বাঞ্চে চেন্নাই আৰক্ষীৰে যোগাযোগ কৰি সোমবাৰে নিশা এখন হোটেলত অভিযান চলাই যদিও উদ্ধাৰ কৰিব সক্ষম নাই শিশুটো ৷ কিন্ত আশা কৰা হৈছে আজি দিনটোৰ ভিতৰতে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব শিশুটো ৷

Previous Post

নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?

কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

২৪ ঘন্টাত প্ৰায় ৩০০০ লোক আক্ৰান্ত ক'ভিডত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8