• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in News, অসম, ক্ৰাইম, গুৱাহাটী, সংবাদ
0
ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ
Share on FacebookShare on Twitter

যোৰহাটত আৰক্ষীৰ তীব্ৰ অভিযান। অভিযান চলায় কেকো সাপ সহঃ কেকো সাপৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৰহাটৰ গড়মূৰ থানাৰ অৰ্ন্তগত হাতীগড় চাহ বাগানৰ পৰেশ বাঢ়ৈৰ ঘৰৰ পৰা আৰক্ষীয়ে আজি উদ্ধাৰ কৰে পাছটাকৈ কেকো সাপ।

জানিব পৰা মতে, পৰেশ বাঢ়ৈ নামৰ লোকজন কেকো সাপৰ ব্যৱসায়ৰ লগত বহু দিনৰ পৰাই জড়িত হৈ আছিল। যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰীকা,সদৰ থানাৰ ভাপ প্ৰাপ্ত বিষয়া আৰু গড়মূৰ থানাৰ আই চি ৰাণা দেউৰীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় কেকো সাপ কেইটা।

আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ হোৱা কেকো সাপ কেইটা বন বিভাগক চমজাই দিয়ে। আৰক্ষীৰ জিম্মালৈ নিয়া হৈছে ধৃত কেকো সাপৰ ব্যৱসায়ী পৰেশ বাঢ়ৈক।

Previous Post

নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

Next Post

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

সুখবৰঃ ২৬ হাজাৰৰো অধিক পদৰ বাবে অসম চৰকাৰৰ বিজ্ঞাপন প্ৰকাশ

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

সৰ্বভাৰতীয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8