• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যুৱতীক ধৰ্ষণৰ অপচেষ্টা : কিন্তু প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছতহে হ’ব তদন্ত !

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in News, অসম, সংবাদ
1 min read
0
যুৱতীক ধৰ্ষণৰ অপচেষ্টা : কিন্তু প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছতহে হ’ব তদন্ত !
Share on FacebookShare on Twitter

বিহুৰ অনুষ্ঠান উপভোগ কৰি অহা সময়তেই সংঘটিত হ’ল এক ভয়াৱহ ঘটনা । এগৰাকী যুৱতীক ৪-৫জন যুৱকে নৃশংসভাৱে আক্ৰমণ কৰি উলংগ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই কাৰ্বি আংলঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,২৪ এপ্ৰিল দেওবাৰে বকলীয়াৰ ইংলেং গাঁৱৰ পৰা বিহু চাবলৈ যোৱা যুৱতীগৰাকীক প্ৰেমিক সুৰেশ নাথে নিশা মটৰচাইকলেৰে ঘৰলৈ থব অহা বাটত এই ঘটনা সংঘটিত হয় ।

ঘটনা অনুসৰি ৪-৫ জন যুৱকে যুৱতীগৰাকীক মাৰ-পিট কৰি উলংগ অৱস্থাত দুয়োভৰি বান্ধি ইংলেং গাঁৱৰ পথৰ দাঁতিত পেলাই থৈ যায় । উলংগ আৰু অচেতন অৱস্থাত যুৱতীগৰাকীক এগৰাকী শিক্ষকে প্ৰত্যক্ষ কৰে ।

ইয়াৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত শিক্ষকগৰাকীয়ে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু যুৱতীগৰাকীৰ দেহৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে তেওঁক পৰিয়ালৰ লোকে নগাঁৱৰ বাইপাছৰ এখন ব্যক্তিগত নাৰ্ছিংহোমৰ আইচিইউত ভৰ্তি কৰায়।

এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে বকলীয়া আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ যায় যদিও কাছমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে অহা ২৯ এপ্ৰিলতহে গোচৰৰ তদন্ত কৰিব পাৰিব বুলি কৈ ৰাইজক ওভতাই পঠিয়াই বুলি অভিযোগ উত্থাপিত হৈছে ।

ৰাইজৰ অভিযোগ সুৰেশ নাথ নামৰ যুৱকজনৰ নেতৃত্বত যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে । ইপিনে এই ঘটনাক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাত লিপ্ত হৈছে এটা প্ৰভাৱশালী চক্ৰ। জঘন্য ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়া চক্ৰটোৰ বিৰুদ্ধে বকলীয়াৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখযোগ্য যে প্ৰেমিক সুৰেশ নাথৰ পৰিয়ালটো আৰ্থিকভাৱে সবল হোৱাৰ বাবেই সমগ্ৰ ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ তোলে ৰাইজে।

Previous Post

ভাল খবৰ : হ্ৰাস হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য

Next Post

কোটি টকাৰ ড্ৰাগছসহ ৬ সৰবৰাহকাৰী আটক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

কোটি টকাৰ ড্ৰাগছসহ ৬ সৰবৰাহকাৰী আটক

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

কাৰ্বিআংলঙত বিহুকে ধৰি জনগোষ্ঠীয় নৃত্যৰে আদৰণি প্ৰধানমন্ত্ৰীক

কাৰ্বিআংলঙত বিহুকে ধৰি জনগোষ্ঠীয় নৃত্যৰে আদৰণি প্ৰধানমন্ত্ৰীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8