• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীৰ ৫৮ টা ৱাৰ্ডেই দখল কৰিলে মিত্রজোটে

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
গুৱাহাটীৰ ৫৮ টা ৱাৰ্ডেই দখল কৰিলে মিত্রজোটে
Share on FacebookShare on Twitter

দেওবাৰে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতেই গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা সম্পন্ন কৰা হয় । কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাৰ তত্বাৱধানত আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই ভোট গণনাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে ।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনাৰ আৰম্ভণিতে পোষ্টেল বেলট পেপাৰৰ জৰিয়তে প্ৰদান কৰা ভোটসমূহৰ গণনা কৰা হয় । ইয়াৰ পাছতে আৰম্ভ কৰা হয় ই ভি এমত আবদ্ধ মূল ভোট গণনা পৰ্ব । গণনাৰ অন্তত কামৰূপ মহানগৰ জিলাৰ জিলা ৰিটাৰ্ণিং বিষয়াই নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰে । ঘোষিত ফলাফল অনুসৰি মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি (বি জে পি) আৰু অসম গণ পৰিষদ (অ গ প)ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৫৮ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে । ইয়াৰ ভিতৰত 6 টা ৱাৰ্ড ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫২ টা ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় । ফলাফল ঘোষণাৰ অন্তত জিলা নিৰ্বাচন বিষয়াই বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাই নিকা আৰু স্বচ্ছতাৰে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীৰ লগতে সমূহ ভোটাৰ ৰাইজ, বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা ” : ভূপেন বৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা ” : ভূপেন বৰা

জুন মাহত গুৱাহাটীবাসী ৰাইজে পানী পালে ভাল কথা '' : ভূপেন বৰা

‘বৈচিত্ৰ্যময় অসম’ ৰ পাঠতেই নাই  স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতি

'বৈচিত্ৰ্যময় অসম' ৰ পাঠতেই নাই স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতি

মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

মিঞা ভোটৰ সহযোগত জয়ী হৈছে AAP আৰু AJP প্ৰাৰ্থী : পবিত্ৰ মাৰ্ঘেৰিটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8