• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৌৰনিগম নিৰ্বাচন : ভোট নিদিয়াকৈ ওলাই আহিছে বহুলোক !

নিউজ ডেস্ক by নিউজ ডেস্ক
April 22, 2022
in News, অসম, ৰাজনীতি, সংবাদ
0
কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন
Share on FacebookShare on Twitter

শুকুৰবাৰে সম্পূৰ্ণ ৯ বছৰ পিছত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। পিছে ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিক নম্বৰকলৈ বিসংগতি হোৱাও পৰিলক্ষিত হৈছে।

ভোটকেন্দ্ৰৰ তালিকাৰ সৈতে মিল নাই ৰাজনৈতিক দলে দিয়া তালিকাৰ। জিলা নিৰ্বাচনী বিষয়াই প্ৰদান কৰা তালিকাত ধৰা পৰিছে এনে বিসংগতি। ফলত ভোটৰ ক্ৰমিক নম্বৰ সমস্যাক লৈ বহুতে দিব পৰা নাই ভোট।

আনকি বহু লোকে ভোট নিদিয়াকৈ ওলাই অহাৰো অভিযোগ উত্থপিত হৈছে। হেঙৰাবাৰী মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত এই সমস্যাই দেখা দিছে।

Previous Post

ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্ৰবীণ গগৈৰ

Next Post

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে প্ৰফেচনেল বক্সিং ৰিঙত নামিব অভিজিত বৰুৱা

‘ভোট নিদিয়াসকল দেশদ্ৰোহী ‘

'ভোট নিদিয়াসকল দেশদ্ৰোহী '

অতুল বৰাৰ স্পষ্ট মন্তব্য এতিয়া আৰু কংগ্ৰেছ নচলে

অতুল বৰাৰ স্পষ্ট মন্তব্য এতিয়া আৰু কংগ্ৰেছ নচলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8