• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in News, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?
Share on FacebookShare on Twitter

এখন দুখন নহয় নগাঁৱত নিৰ্মান হ’ব ৪ খনকৈ উৰণীয়া সেতু। মধ্য অসমৰ বাবে পৰিবহণ ব্যৱস্থাক এক নতুন গতি দিয়াৰ প্ৰয়াসেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। নগাঁও জিলাৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মান হ’ব লগা এই চাৰিখন উৰণীয়া সেঁতুৱে যান-বাহনৰ ভিৰ কমোৱাৰ লগতে হ্ৰাস কৰিব দুৰ্ঘটনা।

উল্লেখ্য যে, নগাঁও জিলাৰ ৰহা, ডিমৌ, বৰঘাট বাইপাছ চক আৰু কঠিয়াতলি চাৰিআলিত নিৰ্মান হ’ব লগা এই উৰণীয়া সেঁতু কেইখনে এইপথৰে অহা-যোৱা কৰা যাত্ৰীসকলক যথেষ্ট সকাহ দিব।

উল্লেখযোগ্য যে, ৰহা চাৰিআলিৰ পৰা মৰিগাঁও আৰু চাপৰমুখলৈ যোৱা যাত্ৰী সকল, কঠিয়াতলিত পৰা কামপুৰ আৰু কন্দলীলৈ যোৱা যাত্ৰীসকল, ডিমৌৰ পৰা নগাঁও চহৰ আৰু উজনি অসমলৈ যোৱা যাত্ৰী সকল ,বৰঘাটৰ পৰা নগাঁও চহৰ আৰু উজনি অসম আৰু হোজাই, কাৰ্বি আংলঙলৈ যোৱা যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁৱত এই উৰণীয়া সেঁতু কেইখন নিৰ্মান কৰিব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসমত ১০খন উৰণীয়া সেঁতু নিৰ্মানৰ বাবে ৭৩৮ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই।

Previous Post

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

Next Post

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি নগাঁৱত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ

ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি নগাঁৱত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8