• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2022
in News, অসম, গুৱাহাটী, সংবাদ
1 min read
0
কণ্টেইনমেণ্ট জ’নত পৰিণত হ’ল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
Share on FacebookShare on Twitter

ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা। মঙলবাৰে গুৱাহাটীৰ গীতানগৰত অৱস্থিত গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা ।
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ মন্তব্য মতে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনত মঙলবাৰে ক’ভিড ১৯ ৰ পৰীক্ষা সম্পন্ন কৰোৱা হৈছিল । ইয়াৰ পিছতেই গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ কেইবাগৰাকীও শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পিছতেই তাৎক্ষণিক ভাৱে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ ১৪৪ গৰাকীৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ৩০ গৰাকীৰ দেহত ধৰা পৰে এই ভাইৰাছ। গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বৰ্তমান সকলো অফলাইন পাঠদান বন্ধ ৰখা হৈছে ।
ইপিনে শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬,৯৮২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,৪৯১ গৰাকী লোক গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।

Previous Post

নামনিৰ বাবে এক ঐতিহাসিক দিনঃ মুকলি হ’ল নিউ ময়নাগুৰি-যোগীঘোপা ৰে’ল পথ

Next Post

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

পি এম কেয়াৰ্ছ ফাণ্ডৰ ৱেবচাইটৰ পৰা আতৰিব নৰেন্দ্ৰ মোডীৰ ফটো, নাম!

যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩

যুদ্ধ জাহাজ আই এন এছ ৰণবীৰত বিস্ফোৰণঃ নিহত ৩

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

২৪ ঘণ্টাত দেশত ২লাখ ৮৩ হাজাৰ ক'ৰোনাত আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8