• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে মুকলি হ’ল ৱেব পৰ্টেল

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in News, অসম, গুৱাহাটী, সংবাদ
1 min read
0
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে মুকলি হ’ল ৱেব পৰ্টেল
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে এক ৱেব পৰ্টেল মুকলি কৰিছে। অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডা: ধ্ৰুৱজ্যোতি হাজৰিকাই শুক্ৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত প্ৰশাসনৰ NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা kamrupmetro-pg.assam.gov.in নামৰ ৱেব পৰ্টেলটো আনুষ্ঠানিক শুভাৰম্ভ কৰে।

এই ৱেবপৰ্টেল লগ ইন কৰি পঞ্জীয়ন কৰাৰ পিছত নিৰ্বাচনী বিধি ভঙ্গ কৰাকে ধৰি আন আন অভিযোগসমূহ আৰু অন্যান্য় বিষয়সমূহ জনসাধাৰণে অনলাইন যোগে দাখিল কৰিব পাৰিব। আনহাতে, এই পৰ্টেলত লগ ইন কৰিয়েই পৰৱৰ্তী পৰ্যায়ত সেই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰা হ’ল অভিযোগকাৰীয়ে জানিব পাৰিব।

অভিযোগকাৰীয়ে অভিযোগ কৰোতে স্থান আদি উল্লেখ কৰি ছবি সংলগ্ন কৰিব পাৰিব। নিৰ্বাচনী বিধি নিৰীক্ষণত এই ৱেব পৰ্টেলটো বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি, এই ৱেব পৰ্টেলে জনসাধাৰণক আন আন ক্ষেত্ৰতো সহায় আগবঢ়াই স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত প্ৰশাসনক সহায় কৰিব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

দেওবাৰৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমানঃ ইচ্ছুকজনে ল’ব পাৰিব কʼভিডৰ বুষ্টাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দেওবাৰৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমানঃ ইচ্ছুকজনে ল’ব পাৰিব কʼভিডৰ বুষ্টাৰ

দেওবাৰৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমানঃ ইচ্ছুকজনে ল’ব পাৰিব কʼভিডৰ বুষ্টাৰ

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য !

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8