• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২

নিউজ ডেস্ক by নিউজ ডেস্ক
March 27, 2022
in News, অসম, ক্ৰীড়া, সংবাদ
1 min read
0
Share on FacebookShare on Twitter

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব  প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২ ।

অনুষ্ঠানটো হন্স ফাউণ্ডেচন, নতুন দিল্লীৰ আৰু অইল ইণ্ডিয়াৰ সহ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে। এইটো এনেধৰণৰ প্ৰথম ক্ৰীড়া প্ৰতিযোগিতা য’ত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত/শূন্য ৰেখাৰ ১৫ কিলোমিটাৰৰ ভিতৰত খেলুৱৈ সকলে অংশগ্ৰহণ কৰিব। আশা কৰা হৈছে যে, এই প্ৰচেষ্টাই দেশৰ উত্তৰ পূব অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মাজত স্থিতি স্থাপকতা, নেতৃত্ব, দায়বদ্ধতা, সন্মান আৰু প্ৰতিযোগিতামূলক ভাৱধাৰাৰ লগতে একতা আৰু অখণ্ডতাৰ বৃদ্ধি কৰিব। এই অনুষ্ঠানটোৱে অসমৰ আন্তঃৰাষ্টীয় সীমান্ত অঞ্চলত বাস কৰা সুপ্ত ক্ৰীড়া প্ৰতিভাক এখন মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

অসমৰ ৯ খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাৰ খেলুৱৈ দলে উক্ত উদ্ধোধনী সীমান্ত ক্ৰীড়া মহোৎসৱৰ ১০০/২০০/৮০০/১৫০০ মিটাৰ দৌৰ ৪X১০০ মিটাৰ ৰিলে দৌৰ, হাই জাম্প, শ্বটপুট, জেভলিন থ্ৰো, দিচকাছ থ্ৰো, ভলীবল আৰু কাবাদী খেলত অংশগ্ৰহণ কৰিব।

অসমৰ ৯ খন আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলা অৰ্থাৎ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, চিৰাং, ওদালগুৰি, তামোলপুৰ , বাক্সা, কোকৰাঝাৰ, কাছাৰ আৰু কৰিমগঞ্জত ৪ মাৰ্চ ২০২২ ৰ পৰা ১১ মাৰ্চ ২০২২ লৈ কোৱালিফাইং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল।

চুড়ান্ত প্ৰতিযোগিতাখন ৪ এপ্ৰিল ২০২২ৰ পৰা ৬ এপ্ৰিল ২০২২ লৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হব। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হব লগীয়া সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২ ত প্ৰায় ৩৫০ জন খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২ ৰ সুচল ৰূপায়নৰ বাবে তেওঁলোকৰ ফালৰ পৰা ৰেফাৰী আৰু কাৰিকৰী দলৰ সহযোগিতা প্ৰদান কৰিব।

ক্ৰীড়া মহোৎসৱৰ অভ্যৰ্থনা সমিতিত সীমা জাগৰণ সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক মাননীয় শ্ৰী প্ৰদীপন ডাঙৰীয়া উপদেষ্টা আৰু অসমৰ মাননীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী শ্ৰীযুত বিমল বৰা সভাপতি হিচাপে আছে।

অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৪ এপ্ৰিল ২০২২ ৰ বিয়লি ৪:৩০ বজাত সন্মানীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী শ্ৰীযুত বিমল বৰা আৰু বি.টি.চিৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিতিত সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২ ৰ শুভ উদ্বোধন কৰিব।

খেল অনুযায়ী থকা পুৰষ্কাৰৰ উপৰিও ক্ৰীড়া মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাখনক এক লাখ টকাৰ নগদ পুৰষ্কাৰ প্ৰদান কৰা হব।

সামৰণি অনুষ্ঠান সমাৰোহ ৬ এপ্ৰিল ২০২২ চনৰ বিয়লি ৫:০০ বজাত সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক মাননীয় শ্ৰীযুত গোপাল কৃষ্ণণ ডাঙৰীয়া আৰু অসমৰ মাননীয় পৰিবহন মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত সম্পন্ন হব।

Previous Post

ডিজেলৰ অভাৱত অচল নিমাতী – মাজুলী চৰকাৰী ফেৰী সেৱা

Next Post

নিউজ বুলেটিন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিউজ বুলেটিন

নিউজ বুলেটিন

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান…

আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8