• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এয়া ষড়যন্ত্ৰ : হাতীগাঁৱত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তই কলে এই কথা

নিউজ ডেস্ক by নিউজ ডেস্ক
April 23, 2022
in News, অসম, সংবাদ
0
এয়া ষড়যন্ত্ৰ : হাতীগাঁৱত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তই কলে এই কথা
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বতে ঘটি যোৱা গাড়ীগাঁৱৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা মাৰ নৌযাওঁতেই এইবাৰ হাতীগাঁৱত সহকৰ্মীৰ হাততে শ্লীলতা হানি হ’ল এগৰাকী মহিলাৰ ৷ উল্লেখ্য যে,হাতীগাঁৱৰ নীলকমল পথত বুধবাৰে সংঘটিত হৈছে এই জঘন্যকাণ্ড । হাতীগাঁৱৰ পূবেৰুণ পথত থকা মনস্ত্ৰীম ডট কম নামৰ এটা কোম্পানীত কৰ্মৰত আছিল এই ঘটনাৰ তিনি অভিযুক্ত ৷

ভুক্তভোগী মহিলা গৰাকীয়েও নতুনকৈ ১৮ এপ্ৰিলৰ দিনা কোম্পানীটোত যোগদান কৰিছিল । অভিযোগ অনুসৰি,২০ এপ্ৰিলৰ দিনা দুপৰীয়াৰ আহাৰ খাবলৈ ভুক্তভোগী মহিলাগৰাকীক হাতীগাঁৱৰ নীলকমল পথৰ ২১ নম্বৰ ঘৰটোলৈ মাতি নি দলবদ্ধভাৱে অসৎ কামনা চৰিত্ৰাৰ্থ কৰে তিনি অভিযুক্ত ক্ৰমে নইমুদ্দিন আলি, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে ৷

তিনি অভিযুক্তৰ কামনাৰ বলি হোৱা ৩৭ বছৰীয়া মহিলা গৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে কোম্পানী স্বত্বাধিকাৰী ৰফিক আলীক জনোৱাৰ পাছতো কোনো ব্যৱস্থা নলয় স্বত্বাধিকাৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে,হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিতে হাতীগাঁও আৰক্ষীয়ে তিনি অভিযুক্তৰ লগতে কোম্পানী স্বতাধিকাৰীকো গ্ৰেপ্তাৰ কৰে ।

গুৰুত্বপূৰ্ণ কথা যে, ভুক্তভোগী কাৰ্বি জনোগোষ্ঠীয় মহিলা গৰাকীৰ সৈতে এখন পাৰ্লাৰত পূৰ্বেই চিনাকি হৈছিল তিনি অভিযুক্ত ৷ ইফালে অভিযুক্ত কেইগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, মহিলা গৰাকীয়ে তিনিওৰে পৰা পাঁচ হাজাৰকৈ টকা দাবী কৰিছিল ।কিন্তু টকা নিদিয়াৰ বাবেই মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰিছে বুলিও এতিয়া দাবী কৰিছে তিনিও অভিযুক্তই ৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এতিয়া দৈনন্দিন বৃদ্ধি পাইছে অপৰাধ তথা অপৰাধ প্ৰৱণতা এনে ক্ষেত্ৰত ৰাজ্যৰ আৰক্ষী বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

Previous Post

গুৱাহাটীত উপস্থিত হ’ল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Next Post

২০২৪ ৰ ভিতৰত উত্তৰ-পূৱক সংযোগ কৰা হ’ব দিল্লীৰ ৰে’ল মানচিত্ৰত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২০২৪ ৰ ভিতৰত উত্তৰ-পূৱক সংযোগ কৰা হ’ব  দিল্লীৰ ৰে’ল মানচিত্ৰত

২০২৪ ৰ ভিতৰত উত্তৰ-পূৱক সংযোগ কৰা হ'ব দিল্লীৰ ৰে’ল মানচিত্ৰত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

বৰ্ণিহাটৰ ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে কাৰখানা

বৰ্ণিহাটৰ ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হৈছে কাৰখানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8