• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৰমৰ দিনবোৰত শৰীৰ কেনেকৈ সুস্থ কৰি ৰাখিব ?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 5, 2022
in News, H8 Explainer, অসম, স্বাস্থ্য
1 min read
0
গৰমৰ দিনবোৰত শৰীৰ  কেনেকৈ সুস্থ কৰি ৰাখিব ?
Share on FacebookShare on Twitter

গৰমৰ দিনত শৰীৰৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰৰ পৰা ঘাম ভালদৰে ওলাই নাযায়, যাৰবাবে তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি পায়। ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত হিটষ্ট্ৰোক বুলি কোৱা হয়। এনে ৰোগীক ঠাণ্ডা পানীৰে অথবা বৰফেৰে দেহ মচি দি থাকিব লাগে। এই সময়ত নিমখ-চেনি মিহলোৱা পানী, অ’ আৰ এছ, ডাবৰ পানী, চৰবত অথবা বাৰ্লিৰ পানী, দৈৰ ঘোল আদি খুওৱালে ভাল ফল পোৱা যায়। শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰসাল, ফলমূল খোৱা ভাল। নেমু, কমলা, মৌচম্বী, কুঁহিয়াৰ আদিৰ ৰস আদি উত্তম জুলীয়া পানীয়। আম, জাম, বেল, কঁঠাল, তৰমুজ, আঙুৰ, আম, লিচু আদি বতৰৰ ফলবোৰ খালে শৰীৰক লাগতিয়াল উপাদানবোৰ লগতে পুষ্টিও যোগায়। ফলৰ মাজত জলীয় অংশ যাৰ বেছি থাকে তেনে ফলে দেহৰ পানীভাগে সাম্য বজাই ৰখাত সাহায্য কৰে। নেমুৰ ৰসে ভোক বঢ়ায়। গ্ৰীষ্মকালত তৃষ্ণা নিবাৰণৰ বাবে নেমু পানীৰ সমান আন পানীয় আৰু নাই।

সাধাৰণতে গৰমৰ দিনবোৰত হজম শক্তি কম হোৱাৰ বাবে বদহজম হয়। হাইপাৰ এচিডিটি আৰু খাদ্য গ্ৰহণত অনীহাও দেখা যায়। এইবোৰ ৰোগ উপসৰ্গ আৰু অস্বস্তি এৰাই চলাৰ বাবে কিছু খাদ্যবস্তু আৰু পানীয় নিৰ্বাচন বা বৰ্জন কৰা দৰকাৰ। বৰ্জনীয় খাদ্য আৰু পানীয়- তেল,জ্বলা-মছলা সমৃদ্ধ খাদ্যসম্ভাৰ, অধিক ৰেড মীট বা প্ৰটিন সমৃদ্ধ খাদ্য, ফ্ৰিজৰ ঠাণ্ডা পানী, অত্যধিক চাহ-কফি,কটা ফল, ৰঙীন পানীয়, ৰাস্তাৰ বৰফ মিশ্ৰিত পানীয়। ৰদৰ পৰা আহিয়েই পানী খোৱা উচিত নহয়।

প্ৰাপ্ত বয়সত যেতিয়া দৈহিক বৃদ্ধি কমি যায় তেতিয়া বিভিন্ন প্ৰকাৰৰ কাম-কাজ কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হৈ পৰে। ইয়াৰ উপৰি ক্ষতিগ্ৰস্ত কোষ বা কলা পুনৰ গঠনৰ বাবে আৰু বিভিন্ন শৰীৰ বৃত্তীয় কাৰ্যকলাপ ঠিকমতে চলাই ৰাখিবলৈ আৰু অভাৱজনিত ৰোগৰ পৰা দেহক ৰক্ষা কৰাৰ বাবে বিভিন্ন উপাদান সঠিক বণ্টনৰ দৰকাৰ হৈ পৰে। একে বয়সৰ হ’লেও যিকোনো দুজন প্ৰাপ্তবয়স্ক লোকৰ শক্তিৰ চাহিদা একে ধৰণৰ কেতিয়াও নহয়।

Previous Post

গুৱাহাটীত জঘন্য ঘটনা; কন্যাক বলাৎকাৰৰ চেষ্টা পিতৃৰ

Next Post

সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম

সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8