• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 16, 2022
in News, খাদ্যাভাস, জীৱনশৈলী, সংবাদ, স্বাস্থ্য
1 min read
0
এইটো কাম কৰি ওজন হ্ৰাস, চুলি ডাঠ কেনেদৰে কৰিব! জানক
Share on FacebookShare on Twitter

এটি আমাৰ বাবে অতি পৰিচিত ফল। সেই ফলৰ ৰসত কিমান গুণ থাকিব পাৰে বহুলোকে নাজানে। কিন্তু, এই ফলৰ ৰস নিয়মীয়াকৈ খালে কি কি সুফল পোৱা যায় জানো আহক।

কেৱল এটা ফলতে আছে এক হাজাৰ গুণ। এই ফলৰ ৰস খালে বহুতো সমস্যা সমাধান কৰিব পাৰে। এই ফলটো কি? এই ফলৰ লাভা লাভ কি কি?

সেই ফলটো হৈছে আমলখি। আমলখিত বহু প্ৰকাৰৰ পুষ্টি থাকে। ইয়াত বহু প্ৰকাৰৰ ভিটামিনৰ উপৰিও, বহুতো খনিজ আৰু এণ্টিঅক্সিডেণ্ট আছে।

আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। যদি আপুনি প্ৰতিদিনে আমলখিৰ ৰস খায়, তেন্তে আপুনি কেইসপ্তাহমানৰ ভিতৰত পাৰ্থক্যটো বুজি পাব।

আমলখিৰ ৰস শৰীৰৰ বাবে অতি উপকাৰী। যিসকলে নিয়মীয়াকৈ এই ফলৰ ৰস গ্ৰহণ কৰে, তেওঁলোকৰ ছাল উজ্জ্বল হয়। ইয়াৰ ফলত ছালও আঁতৰাব পাৰি। গতিকে নিয়মীয়াকৈ এই ৰস খোৱাটো উপকাৰী।

যিসকলে নিয়মীয়াকৈ আমলাকিৰ ৰস খায়, তেওঁলোকৰ হৃদৰোগৰ আশংকা যথেষ্ট হ্ৰাস পায়।

আমলখিত আইৰণ থাকে। ফলস্বৰূপে, তেজত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰাত ই যথেষ্ট সহায় কৰে। এই ফলৰ ৰস ৰক্তহীনতাত ভুগি থকা ৰোগীৰ বাবে অতি প্ৰয়োজনীয়, বিশেষকৈ মহিলাসকলৰ বাবে।

নিয়মীয়াকৈ আমলখিৰ ৰস খালে চুলিৰ শিপা বোৰ কঠিন হৈ পৰে। ইয়াৰ ফলত চুলি বোৰ ক’লা হ’ব পাৰে। ৰাতিপুৱা নিয়মীয়াকৈ এই ফলৰ ৰস এগিলাচ খালে চুলি সৰাৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পায়।

এই ফলৰ ৰস চকুৰ বাবে অতি উপযোগী। যিসকলৰ দৃষ্টিশক্তি দুৰ্বল, তেওঁলোকে এই ৰস খায় কিছু পৰিমানে লাভা লাভ হব পাৰে। তদুপৰি, এই ফলৰ ৰস খায় থকা শিশুৰ চকুৰ সমস্যা যথেষ্ট হ্ৰাস পায়।

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আমলখিৰ ৰসতকৈ ভাল একোৱে হ’ব নোৱাৰে। নিয়মীয়াকৈ এই ফলৰ ৰস এগিলাচ খাওক। এমাহত, আপোনাৰ ওজন যথেষ্ট পৰিমানে হ্ৰাস পাব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

Related Posts

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
Next Post
সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

সদ্য নিযুক্তিপ্ৰাপ্ত কনিষ্টবলসকলে ১০ হাজাৰ টকাৰ উপৰিও কি কি আনিব লাগিব প্ৰশিক্ষণৰ বাবে

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

কি আচৰিত! বাংলাদেশৰ এই গাওঁখনত ৭ বছৰ ধৰি কোনো শিশুৰ জন্ম হোৱা নাছিল

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8